সোণাপুৰত জব্দ গো ভৰ্তি বাহন

1 min read

ৰাজ্যত অব্যাহত আছে চোৰাং গো সৰবৰাহ ।

আজি সোণাপুৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি সোণাপুৰ লালমাটিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত জব্দ কৰে এখন বাহন ।

তিনিচুকীয়াৰ পৰা বৰ্ণিহাটৰ বজাৰলৈ সৰবৰাহ কৰি লৈ গৈ আছিল কন্তেইনাৰ বাহনখন ।

প্ৰায় ৩০ টাকৈ গো ধন কঢ়িয়াই অনা বাহন খনৰ নম্বৰ UP 21 CN 2107

ইতিমধ্যে বাহনখনৰ চালকক আটক কৰিছে সোণাপুৰ আৰক্ষীয়ে ।

You May Also Like

More From Author