🔵 ৰাজ্যৰ বিশেষ ন্যায়াধীশৰ আদালতৰ এই গুৰুত্বপূৰ্ণ নিৰ্দেশ।
🔵 এগৰাকী কিশোৰীক ধৰ্ষণ আৰু হত্যাৰ গোচৰ গাপ দিয়াৰ চেষ্টা চলাইছিল বৰুৱাই।
🔵 ৫ লাখ টকাৰ বিনিময়ত এই কাণ্ডৰ মূল অভিযুক্তক ৰক্ষণাবেক্ষণ দিছিল।
🔵 সেয়ে বিষয়াগৰাকীৰ সম্পত্তি জব্দৰ নিৰ্দেশ আদালতৰ।