এদিনৰ বাবে শিৱসাগৰ জিলাৰ আয়ুক্ত হিচাপে দ্বায়িত্বভাৰ গ্ৰহণ কৰিব এইজন ছাত্ৰই

0 min read

-এদিনৰ বাবে শিৱসাগৰ জিলাৰ আয়ুক্ত হিচাপে দ্বায়িত্বভাৰ গ্ৰহণ কৰিব এইজন ছাত্ৰই
🔘 বকতাৰ দেউৰিটিং চাহ বাগিচাৰ এজন শ্ৰমিকৰ পুত্ৰ তথা বকতা বৰবাম উচ্চ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ ভাগ্যদ্বীপ ৰাজগড়
🔘 অসম চৰকাৰৰ আৰোহণ আঁচনিৰ জড়িয়তে এই সুবিধা লাভ কৰিছে এই ছাত্ৰজনে

You May Also Like

More From Author