নগাঁৱত উৎকোচ লৈ গ্ৰেপ্তাৰ স্বাস্থ্য বিভাগৰ কৰ্মী

0 min read

নগাঁৱত উৎকোচ লৈ গ্ৰেপ্তাৰ স্বাস্থ্য বিভাগৰ কৰ্মী
🔴 যুটীয়া সঞ্চালকৰ কাৰ্যালয়ৰ পৰা গ্ৰেপ্তাৰ নৱজ্যোতি ভূঞা
🔴 দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে ঘোচখোৰজনক
🔴 এজন ফিজিঅ’ থেৰাপিষ্টৰ পৰা লৈছিল ২০ হাজাৰ টকা
🔴 কনিষ্ট বৰ্গৰ সহায়ক হিচাপে নিয়োজিত অভিযুক্ত ঘোচখোৰ

You May Also Like

More From Author