⚫️ জোনাইৰ ডেকাপামৰ অৱমনলা গাঁৱত অঘটন।
⚫️ নামঘৰৰ প্রসাদত বিষক্রিয়া ঘটি ৭২গৰাকী লোক অসুস্থ।
⚫️ শুকুৰবাৰে সংঘটিত হয় এই ঘটনা।
⚫️ প্রসাদ খোৱাৰ পিছতে জ্বৰ, মূৰৰ বিষ, পেট বিষত আক্রান্ত লোকসকল।
⚫️ অসুস্থ লোকসকলক অৱমনলা প্রাথমিক চিকিৎসালয়ত ভৰ্তি।
⚫️ সংকটজনক অৱস্থাত এজনক ধেমাজিলৈ প্রেৰণ।