Month: July 2023

ভুলতেও এই ৰঙৰ জোতা-চেণ্ডেল পিন্ধি ভুল নকৰিব; নহ’লে…

ভুলতেও এই ৰঙৰ জোতা-চেণ্ডেল পিন্ধি ভুল নকৰিব; নহ’লে…

ফেশ্বনৰ এই নতুন দৌৰত মানুহৰ জোতা-চেণ্ডেলৰ (Footwear) ৰং (Colour) দ্ৰুতগতিত সলনি হৈছে। নতুন যুগৰ যুৱক-যুৱতীসকলে পোছাকৰ হিচাপত জোতা-চেণ্ডেলৰ ৰং নিৰ্ধাৰণ কৰে। কিন্তু আপুনি জানেনে ৰঙীণ জোতা-চেণ্ডেল নিৰ্বাচন কৰাৰ সময়ত প্ৰায়ে আমি এটা ডাঙৰ ভুল কৰি দিও। এই এটা ভুলে মানুহক দৰিদ্ৰতাৰ ফালে ঠেলা মাৰি দিয়ে। জোতা-চেণ্ডেল (Footwear) ক্ৰয় কৰাৰ সময়ত

পুনৰ বহিঃৰাজ্যত সন্ধানহীন অসমৰ যুৱক…

পুনৰ বহিঃৰাজ্যত সন্ধানহীন অসমৰ যুৱক…

পুনৰ বহিঃৰাজ্যত অসমৰ যুৱক সন্ধানহীন। কৰ্ম সংস্থাপনৰ তাগিদাত বহিঃৰাজ্যলৈ যোৱা গহপুৰৰ এজন যুৱক সন্ধানহীন হোৱাত যুৱকজনৰ পৰিয়ালৰ মাজত শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে। বিশাখাপট্টনম ৰে’ল ষ্টেচনৰ পৰা যোৱা ২৫ জুলাইৰ পুৱা প্ৰায় ৫ বজাৰ পৰা সন্ধানহীন হোৱা গহপুৰ মহকুমাৰ হেলেম আৰক্ষী থানাৰ অন্তৰ্গত গৰুধোৱাডুবিৰ যুৱকজনৰ নাম কৰ্ণ বাহাদুৰ প্ৰধান (২৫,পিতা:টোক বাহাদুৰ)।

চুলি সৰা আৰু পাতল চুলিৰ সমস্যাত ভুগি আছে নেকি? যদি ভুগিছে তেন্তে…

চুলি সৰা আৰু পাতল চুলিৰ সমস্যাত ভুগি আছে নেকি? যদি ভুগিছে তেন্তে…

বৰ্তমান দিনত প্ৰায়ভাগ লোকেই চুলি সৰা সমস্যাত ভুগি আছে। ইয়াৰ এটা কাৰণ হ’ব পাৰে বৰ্ধিত প্ৰদূষণ, দৈনন্দিন জীৱনশৈলী আৰু অস্বাস্থ্যকৰ খাদ্যাভ্যাস। ইয়াৰ বাবে মানুহৰ চুলি নিস্তেজ আৰু নিষ্প্ৰাণ হৈ পৰে। নাৰিকল তেলে আপোনাক এই সকলো সমস্যাৰ পৰা পৰিত্ৰাণ দিব পাৰে লগতে সেইবোৰে চুলি স্বাস্থ্যৱান আৰু উজ্জ্বল কৰি তোলে। আহক জানি

মোবাইল ফোনৰ অত্যধিক ব্যৱহাৰে বিপদ মাতিব পাৰে

মোবাইল ফোনৰ অত্যধিক ব্যৱহাৰে বিপদ মাতিব পাৰে

প্ৰযুক্তিৰ বাবে এতিয়া বিশ্বখন সকলোৰে হাতৰ মুঠিত৷ হাতে হাতে থকা ম’বাইল ফোনটোৱে প্ৰতি মুহূৰ্ততে বিশ্বৰ প্ৰতিটো খবৰ দিয়ে সকলোকে৷ ম’বাইল ফোনটোৱে আমাৰ দৈনন্দিন জীৱন যাত্ৰাক সহজ আৰু আৰামদায়ক কৰি তুলিছে৷ পিছে, ম’বাইল ফোনৰ ব্যৱহাৰে আমাক যিদৰে সুফল আনি দিছে, ইয়াৰ বিপৰীতে কিন্তু প্ৰযুক্তিৰ এইবিধ উপাদানৰ অত্যধিক ব্যৱহাৰে মানুহক বিপদৰ মুখলৈও

জ্যোষ্ঠ অধিবক্তা মকবুল হুছেইনৰ অনৈতিক কাৰ্যৰ ওপৰত গোসাঁইগাঁও উকীল সন্থাৰ কঠোৰ সিদ্ধান্ত

জ্যোষ্ঠ অধিবক্তা মকবুল হুছেইনৰ অনৈতিক কাৰ্যৰ ওপৰত গোসাঁইগাঁও উকীল সন্থাৰ কঠোৰ সিদ্ধান্ত

জ্যোষ্ঠ অধিবক্তা মকবুল হুছেইনক গোসাঁইগাঁও উকীল সন্থাৰ পৰা আজীৱনকাললৈ বহিস্কাৰ।অধিবক্তাগাৰাকীয়ে বিগত বহু বছৰ ধৰি অঞ্চলটোত বিভিন্ন অনৈতিক কাৰ্য্যত লিপ্তৰ অভিযোগক কেন্দ্ৰ কৰি সংস্থাটোৰ কাৰ্যালয়ত সকলো সদস্যৰ উপস্থিতত এখন জৰুৰী সাধাৰণ সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাৰ সিদ্ধান্ত অনুসৰি ভোট গ্ৰহণ প্ৰক্ৰিয়াৰে জ্যোষ্ঠ অধিবক্তা মকবুল হুছেইনক আজীৱন কাললৈ গোসাঁইগাঁও উকীল সন্থাৰ