অখিল,লুৰিণ আৰু গৌৰৱক হাতযোৰ কৰি অনুৰোধ পিযুষ হাজৰিকাৰ। সংকীৰ্ণ ৰাজনীতি নকৰিবলৈ অনুৰোধ পিযুষ হাজৰিকাৰ। আহোম সম্প্ৰদায়ক আমি সন্মান কৰো। আহোম সম্প্ৰদায়ৰ স্বৰ্ণীল ইতিহাস আমাৰ বাবে গৌৰৱ। কিন্তু আমি সকলো অসমীয়া। জাতিটোক ভাগ ভাগ নকৰিব। এই মন্তব্য মন্ত্ৰী পিযুষ হাজৰিকাৰ। বিৰোধী ঐক্যক তীব্ৰ কটাক্ষ পিযুষ হাজৰিকাৰ। সমগ্ৰ উজনি অসমৰ বিৰোধীক লৈ
Month: July 2023
নিউজ ব্যুৰ’,নগাঁও,১জুলাই:–অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলাৰ উৰিয়াগাঁও আঞ্চলিক সমিতিৰ উদ্যোগত নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এটি “গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান শিবিৰ” শনিবাৰৰে পৰা আৰম্ভ হৈছে । উৰিয়াগাঁওস্থিত শ্বহীদ ভোগেশ্বৰী ফুকননী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত আৰম্ভ হোৱা শিবিৰৰ কাৰ্যসূচীৰ অংশৰূপে পুৱা পৰিষদৰ পতাকা উত্তোলনৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে অসম
🛑এইবাৰ শুৱালকুছি থানাৰ এজন ASI গ্ৰেপ্তাৰ হ’ল ৷🛑দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিলে ASI জয়নাল আলিক ৷🛑কিছুসময় পূৰ্বে গ্ৰেপ্তাৰ হৈছে ASI জয়নাল আলি🛑এতিয়াও শুৱালকুছি থানাত অভিযান চলি আছে দুৰ্নীতি নিবাৰক শাখাৰ ৷
বৰ্তমান চলি আছে শাওণৰ মাহ। আৰু এই শাওণৰ মাহ দেৱাদিদেৱ মহাদেৱৰ প্ৰিয় মাহ বুলি গণ্য কৰা হয়।( Religious Studies ) এই শাওণ মাহত ভগৱান শিৱৰ পূজা কৰিলে, যিদৰে তেওঁ সহজতে সন্তুস্ত হয়, ঠিক তেনেদৰে মহাদেৱ ৰুষ্টও হব পাৰে।যদিহে তেওঁৰ ইচ্ছা বিৰুদ্ধে কোনো কাম কৰা হয়। শাওণ মাহত মহাদেৱৰ ভক্ত সকলে
আজি আমি শাওন মাহৰ বিষয়ে আলোচনা কৰিম। শাওন মাহত ভগবান শিৱক কিয় আৰাধনা কৰা হয়..? শাওন মাহ ভগৱানৰ কিয় প্রিয় মাহ..( Religious Studies )? মানুহে ইমান কষ্ট কৰি পবিত্ৰ ধাৰাৰ পৰা জল আনি খালি ভৰিৰে ভগবান শিৱৰ লিংগত কিয় প্ৰদান কৰে আৰু কি প্ৰাপ্তি হয়..?? শাস্ত্র অনুসৰি যেতিয়া সাগৰ মন্থন