Month: July 2023

বিলাতী সুৰাৰ দাম ৪%ৰ পৰা ২৫%লৈ বৃদ্ধি!

বিলাতী সুৰাৰ দাম ৪%ৰ পৰা ২৫%লৈ বৃদ্ধি!

🔴বৃদ্ধি পালে সুৰাৰ দাম ! কেইবাটাও ব্ৰেণ্ডৰ সুৰাৰ দাম বৃদ্ধি🔴বিলাতী সুৰাৰ দাম ৪%ৰ পৰা ২৫%লৈ বৃদ্ধি🔴পৌৰ এলেকাৰ শ্বপিং ম’লতো সুৰা বিক্ৰীৰ অনুমতি🔴অনুজ্ঞাপত্ৰ থকা প্ৰতিষ্ঠানে বিক্ৰী কৰিব পাৰিব সুৰা🔴নিশা ১১ বজালৈকে খোলা ৰাখিব পাৰিব ম’লসমূহৰ বিপণী

আজিৰে পৰা বৃদ্ধি সুৰাৰ মূল্য নিশা ১১ বজাতো হ’ব উপলব্ধ

আজিৰে পৰা বৃদ্ধি সুৰাৰ মূল্য নিশা ১১ বজাতো হ’ব উপলব্ধ

ৰাজ্যত যি সময়ত সুৰাৰ প্ৰচলনে প্ৰজন্মৰ পাছত প্ৰজন্মক ধ্বংসৰ দিশলৈ নিছে, সুৰাই হাজাৰ হাজাৰ যুৱকৰ প্ৰাণ কাঢ়িছে, সেই সময়ত সুৰাৰ প্ৰচলন আৰু অধিক কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এক হঠকাৰী সিদ্ধান্ত। এতিয়াৰে পৰা নিশা ১১ বজাতো সুৰা ক্ৰয়ৰ সুবিধা লাভ কৰিব। পূৰ্বে নিশা ১০ বজালৈকেহে সুৰাৰ বিপনী খোলা থকাৰ অনুমতি

ঐতিহাসিক দীঘলীপুখুৰী গুজৰাটীৰ হাতলৈ

ঐতিহাসিক দীঘলীপুখুৰী গুজৰাটীৰ হাতলৈ

ঐতিহাসিক দীঘলীপুখুৰী ১৫ বছৰৰ বাবে গতালে গুজৰাটী বনিয়াক। পূৰ্বে দীঘলীপুখুৰী চোৱাচিতা কৰিছিল এজন অসমীয়া যুৱকে। এতিয়াৰে পৰা সকলো চোৱাচিতা কৰিব গুজৰাটৰ ই চি এইছ টি কংলোমেৰাত প্ৰাইভেট লিমিটেড নামৰ এটা প্ৰতিষ্ঠানটোৱে।