প্ৰযুক্তিৰ ব্যৱহাৰ যিমানেই বাঢ়িছে, সিমানেই বৃদ্ধি পাইছে হেকিঙৰ দৰে অপৰাধ৷ সম্প্ৰতি ছাইবাৰ জালিয়াতি ইমানেই বাঢ়িছে যে এটা স্মাৰ্টফোন হেক কৰাটো হেকাৰসকলৰ বাবে সাধাৰণ বিষয় হৈ পৰিছে৷ স্মাৰ্টফোনটোত কেইটামান লক্ষণে দেখা দিলে বুজিব যে কোনোবাই আপোনাৰ ফোনটো হেক কৰিছে৷ ফোনটো হেক হ’লে দেখা দিয়া লক্ষণ– – এণ্টিভাইৰাছ ছফ্টৱেৰ আপডেট কৰকঃ ফোনটোত এটা
Month: July 2023
চকুৰ দৃষ্টি শক্তি বিভিন্ন কাৰণত হ্ৰাস পাব পাৰে৷ সময়মতে চকুৰ যতন নল’লে কেতিয়াবা একেবাৰে দৃষ্টি শক্তি হেৰুৱাই পেলোৱাৰো আশংকা থাকে৷ বিভিন্ন ৰোগ যেনে চকুত ছানি পৰা, ডায়েবেটিছ, গ্ল’ক’মা আদিৰ বাবে চকুৰ দৃষ্টি শক্তি সাধাৰণতে হ্ৰাস পায়৷ আনহাতে বৰ্তমান সময়ত অনলাইনযোগে বিভিন্ন কাম কৰিব লগা হয়৷ দীৰ্ঘসময় ধৰি এইদৰে অনলাইনত ব্যস্ত
ৰঙিয়া ৰেল ষ্টেচনৰ সমীপৰ পৰা চুইফট ডিজায়াৰ অপহৰণ । গ্ৰাহকৰূপী তিনি দুৰ্বৃত্তই অপহৰণ কৰিলে AS 19 M 8515 নম্বৰৰ বগা ৰঙৰ চুইফট ডিজায়াৰ । বঙাইগাঁওৰ পৰা ভাড়াত লৈ অহা চুইফট ডিজায়াৰৰ চালকক নিচা জাতীয় দ্ৰব্য খুৱাই চুৰি কৰিলে চুইফট ডিজায়াৰ । ঘটনাৰ বিৱৰণি অনুসৰি বৃহস্পতিবাৰে বঙাইগাঁওৰ পৰা ৰঙিয়ালৈ ভাড়া কৰিছিল
এটা বছৰ অতিক্রম কৰিলে মনিপুৰ টিপুল জিলাত সংঘটিত হোৱা সেই অভিশপ্ত ভুমিস্খলনৰ ঘটনাৰ। যি ভুমিস্খলনে এন্ধাৰ নমাই আনিছিল মৰিগাঁওৰ এখন গাঁওলৈ। মণিপুৰৰ সেই ভয়ংকৰ ভুমিস্খলনত একেলগে মৃত্যু হৈছিল কুশতুলি গাওঁৰ ১৬ জনকৈ লোকৰ। আজি ৰাজহুৱাকৈ বছৰেকীয়া আদ্যশ্ৰাদ্ব অনুষ্ঠিত কৰে। উল্লেখ্য যে আজিও মনিপুৰ চৰকাৰে ঘোষণা কৰা ধনৰাশি নেপালে কেইবাটাও ভুক্তভোগী
সাংসদ প্ৰদুৎ বৰদলৈয়ে সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত নিৰ্বাচন আয়োগে প্ৰকাশ কৰা খচৰাত বহু খুতি নাটি থকাৰ কথা প্ৰকাশ কৰাৰ লগতে নিৰ্বাচন আয়োগক ৰাজনৈতিক হাঠিয়াৰ নহবলৈ আহবান জনায়। আনহাতে কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে নগাঁও লোকসভা সমষ্টিত নিৰ্বাচন ত প্ৰতিদ্বন্দিতা কৰিব বুলি ওলোৱা বাতৰি সন্দৰ্ভত সাংসদ প্ৰদুৎ বৰদলৈয়ে দলে