In a recent harrowing incident, a young woman from Guwahati emerged as a crusader against the growing menace of deepfake images circulating on social media. Unveiling the distressing truth, she revealed the shocking extent to which these artificial intelligence-powered manipulations have affected innocent lives. It all began when the courageous
Month: July 2023
ৰাজ্যত আইনৰ শাসনক নস্যাৎ কৰি বজৰং দলৰ নেতৃত্বত মুকলিভাৱে চলিছে অস্ত্র চালনাৰ প্রশিক্ষণ। মঙলদৈত দলটোৱে অনুষ্ঠিত কৰা চাৰিদিনীয়া প্রাদেশিক প্রশিক্ষণ শিবিৰৰ নামত সদস্যসকলক মুকলিভাৱে গুলীচালনা কৰিবলৈ দিয়া কাৰ্যই অঞ্চলটোৰ লগতে ৰাজ্যখনতো প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কেৱল সেয়াই নহয়, শিবিৰত অংশগ্ৰহণ কৰি বজৰং দলৰ ৰাষ্ট্ৰীয় সভাপতি মনোজ কুমাৰ সিঙে দিয়া উত্তেজনাপূর্ণ সাম্প্ৰদায়িক
বাইহাটা চাৰিআলিত আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান৷ অভিযানত আলিপূব গাঁৱৰ ধন শইকীয়া ওৰফে গুটিধনক আটক আৰক্ষীৰ৷ গুটিধনৰ পৰা ২৬ টা কণ্টেইনাৰসহ ৩৫ গ্ৰাম ড্ৰাগছ, নগদ ২২,৪৫০ টকা জব্দ৷ পূৰ্বেও বহুবাৰ ড্ৰাগছৰ বেহাত জড়িতৰ অভিযোগত ৰঙাঘৰৰ আলহী হৈছিল ধন শইকীয়া৷
কোকৰাঝাৰত হত্যাকাণ্ড৷ এগৰাকী গৃহৰক্ষী জোৱানক হানি-খুঁচি হত্যা দুৰ্বৃত্তৰ৷ গৃহৰক্ষী জোৱানজন বাসুদেৱ কিস্কু বুলি চিনাক্ত৷ আমগুৰিৰ দাবলেগাঁৱত সংঘটিত এই হত্যাকাণ্ড৷ বাসুদেৱ কিস্কুৰ ঘৰ চিৰাঙৰ গুৰুভাষা ৰাবনঘাট গাঁৱত৷ বাসুদেৱক কোনে হত্যা কৰিলে সেই সন্দৰ্ভত নাই কোনো তথ্য৷
🔵 দুটা সোণ আৰু এটা ৰূপৰ পদক অৰ্জন সিদ্ধান্ত গগৈৰ 🔵 ৬১ কেজি জুনিয়ৰ শাখাত পদক লাভ সিদ্ধান্তৰ 🔵 নয়দাৰ গৌতম বুদ্ধ বিশ্ববিদ্যালয়ত এই চেম্পিয়নশ্বিপ