Month: July 2023
এইদৰে চাৰি মাহৰ ভিতৰত মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত আঠটা চিতাৰ মৃত্যু হ’ল। শুকুৰবাৰে পুৱা মৃত অৱস্থাত উদ্ধাৰ হয় চিতাটো। সুৰজ নামৰ এই চিতাটোৰ মৃত্যুৰ কাৰণ জানিবলৈ চেষ্টা অব্যাহত ৰখা হৈছে। ইয়াৰ পূৰ্বে মঙলবাৰে মৃত্যু হয় মতা চিতা তেজছৰ। দুটাৰ মাজত কাজিয়াৰ ফলত মৃত্যু হয় তেজছৰ। সেই কথা জানিব পৰা গৈছিল।
🔶 তলা ওলমিল নলবাৰীৰ কেইবাখনো চৰকাৰী বিদ্যালয়ত। 🔶 ৭জুলাইত নিৰ্দেশনা জাৰি কৰিছিল শিক্ষা বিভাগে। 🔶 বন্ধ হ’ল বৰনৰ্দ্দী আদৰ্শ প্ৰাথমিক বিদ্যালয়, বিহামপুৰ LP স্কুল, চকীৰহাট হামলাকুৰা LP স্কুল, অকনা LP স্কুল, নলবাৰী বৰভাগ LP স্কুল, জুগুৰকুছি-শ্ৰীপুৰ LP স্কুল, ভিঠা LP স্কুল, উলাবড়ী বালিকা LP স্কুল, কমাৰকুছি LP স্কুল, হাৰিভাঙা গোপালথান
হিন্দু বৰ্ষপঞ্জী অনুসৰি শাওন মাহ অহা ৪ জুলাইৰ পৰা আৰম্ভ হৈ ৩১ আগষ্টত শেষ হ’ব।এইবেলি শাওন মাহটো ৫৯দিনীয়া। অৰ্থাৎ, ভক্তসকলে প্ৰায় দুমাহ ধৰি মহাদেৱৰ আশীৰ্বাদ লাভ কৰিব পাৰি।সম্পূৰ্ণ ১৯ বছৰৰ পিছত পৃথিৱীত এই পৰিঘটনা ঘটিছে। জ্যোতিষ বিশেষজ্ঞসকলৰ মতে, এই মাহটোত কেইটামান বিশেষ ৰাশিৰ লোকৰ ভাগ্য মুকলি হ’ব। আজি এই বিষয়ে
হিন্দু ধৰ্মালম্বীসকলৰ বিশ্বাস মতে, ভগৱান শিৱ অতি সোনকালেই তেওঁৰ ভক্তসকলৰ প্ৰতি সন্তুষ্ট হয়। শুদ্ধ মনৰে আপুনি শিৱ লিংগত পানী আগবঢ়াইয়েই শিৱৰ কৃপা লাভ কৰিব পাৰে।মহাদেৱক উপাসনা কৰিবলৈ শিৱ ভক্তসকলে শাওন মাহ অহালৈ আগ্ৰহৰে অপেক্ষা কৰি থাকে। এইবাৰ শাওন মাহ ৪ জুলাইৰ পৰা আৰম্ভ হ’ব। এই সময়ছোৱাত স্বাভাৱিকভাৱেই শিৱ ভক্তসকলে ভোলানাথক