চলিত বছৰৰ শাওন মাহটো বিভিন্ন ধৰণেই বিশেষ।এই মাহটো এইবাৰ ৫৯ দিনীয়া।বিশ্বাস মতে, শাওন মাহত ভগৱান শিৱৰ উপাসনা কৰিলে এজন ব্যক্তিৰ সকলো ইচ্ছা পূৰণ হয়। শাওন মাহত প্ৰতিগৰাকী মহিলাই তেওঁৰ স্বামীৰ সুখ-সমৃদ্ধিৰ কামনা কৰি মহাদেৱক আৰাধনা কৰে। এই সময়ছোৱাত বিবাহিত মহিলাসকলে মূৰৰ পৰা ভৰিলৈ ১৬বিধ বিশেষ অলংকাৰ পিন্ধি স্বামীৰ দীঘলীয়া জীৱনৰ
Month: July 2023
🛑এছিয়ান গেমছৰ বাবে ঘোষিত ভাৰতীয় চিনিয়ৰ মহিলা ক্ৰিকেট দলত স্থান লাভ অসমৰ উমা ছেত্ৰীৰ। 🛑 হৰমনপ্ৰিত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোত স্থান লাভ কৰিছে উইকেট কীপাৰ বেটছমেন উমা ছেত্ৰীয়ে। 🛑 BCCIয়ে ঘোষণা কৰিলে দলটো। অহা ১৯ পৰা ২৮ ছেপ্টেম্বৰলৈ চীনৰ হনঝৌত অনুষ্ঠিত হ’ব ঊনবিশংতম এছিয়ান গেমছ ।
সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ বুদ্ধিজীৱী ড০ হীৰেন গোহাঁইৰ প্রতিক্রিয়া। ‘বিজেপিৰ বাহিৰে এই খচৰাখন সকলোৱে বেয়া পাইছে। কিন্তু খচৰাখন ভাল পাইছে সদৌ অসম ছাত্র সন্থাই। চৰকাৰৰ প্রৰোচনাতে খচৰাখন প্রস্তুত হোৱা বুলি অনুমান হৈছে।’ বুলি প্রতিক্রিয়া প্ৰকাশ ড০ হীৰেন গোহাঁইৰ।
পেট্ৰল ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্য বৃদ্ধিৰ প্ৰতিবাদত আজি সমগ্ৰ অসমৰ লগতে মৰিগাঁৱতো মৰিগাওঁ ছাত্র সন্থাই জিলাখনৰ মাজমজিয়াত বিক্ষোভ কায্যসূচী ৰূপায়ণ কৰে । মৰিগাওঁ জিলা ছাত্র সন্থাৰ কৰ্মীয়ে বিভিন্ন প্ৰতিবাদী ধ্বনি আগত লৈ অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে ।
গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত বৃহস্পতিবাৰে পুৱাৰ ভাগত গুৱাহাটীৰ পৰা নতুন দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ এখন বিমানত বোমা থকাৰ সন্দেহক কেন্দ্ৰ কৰি এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়৷ অৱশ্যে বিমান বন্দৰৰ সুৰক্ষাৰ দায়িত্বত থকা কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ (চিআইএছএফ) বোমা নিষ্ক্ৰিয়কাৰী গোট আৰু কমাণ্ডোৰ দলে বিমানখনত মেটেল ডিটেক্টৰৰ