Month: July 2023

পুৱাৰে পৰা অসম-বংগ সীমান্তত ভূটানৰ পানীয়ে চলাইছে সংহাৰ

পুৱাৰে পৰা অসম-বংগ সীমান্তত ভূটানৰ পানীয়ে চলাইছে সংহাৰ

প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে জলপ্ৰলয়।ভূটানৰ পৰা হোৰাহোৰে নামিছে পানী।বাক্সা, বিজনী, চিৰাং আদিৰ লোকক সাৱধানে থাকিবলৈ ভূটান চৰকাৰে জাৰি কৰিছিল আগতীয়া জাননী। জানিব পৰা মতে, ভূটানে পানী এৰাৰ পিছতে ভয়ংকৰ পৰিস্হিতি আৰম্ভ হৈছে অঞ্চল সমূহত ।ঘৰৰ ভিতৰতে পানীৰ সোঁত বৈছে বুলি জানিব পৰা গৈছে।ছিগি গৈছে ঘাইপথ ।ভয়ংকৰ পৰিস্হিতিৰ মাজতে আবদ্ধ হৈ

এতিয়াৰে পৰা ফ্ৰান্সতো চলিব ভাৰতীয় টকা, পেৰিছত মোডীৰ ডাঙৰ ঘোষণা

এতিয়াৰে পৰা ফ্ৰান্সতো চলিব ভাৰতীয় টকা, পেৰিছত মোডীৰ ডাঙৰ ঘোষণা

ভাৰতৰ পৰ্যটকসকলৰ বাবে ভাল খবৰ ।এতিয়াৰে পৰা ফ্ৰান্সতো চলিব ভাৰতীয় টকা।এতিয়াৰ পৰা ফ্ৰান্সত ব্যৱহাৰ হ’ব UPI, ফ্ৰান্সত ভাৰতীয় পৰ্যটকসকলে সকলে এতিয়াৰে পৰা RUPEE ত পেমেন্ট কৰিব পাৰিব। উল্লেখ্য যে, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী পেৰিছ ভ্ৰমণৰ সময়ত ভাৰত আৰু ফ্ৰান্সৰ মাজত হোৱা দ্বিপাক্ষীক বাণিজ্য আৰু পৰ্যটনৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপৰ পিছতে ঘোষণা

নামনি অসমত ভয়ংকৰ জলপ্ৰলয়, ভূটানে এৰি দিয়া পানীয়ে প্লাৱিত কৰিছে নামনি অসম

নামনি অসমত ভয়ংকৰ জলপ্ৰলয়, ভূটানে এৰি দিয়া পানীয়ে প্লাৱিত কৰিছে নামনি অসম

নিশা ভূটানে এৰিলে কুৰিশ্বু বান্ধৰ পানী। ক্ৰমাৎ বৃদ্ধি পাইছে বেঁকী, মানাহ নৈৰ জলপৃষ্ঠ। নিশাই ৫খন গাঁৱৰ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ। নদীৰ দাঁতিকাষৰীয়া অঞ্চলত হাই এলাৰ্ট জাৰি প্ৰশাসনৰ। ভূটানৰ পানীয়ে ভাবুকি কঢ়িয়াইছে গোলকগঞ্জলৈ। বিপদ সীমাৰ ওপৰেৰে বৈছে গংগাধৰ নৈৰ পানী। পাগলাদিয়া আৰু বৰনদীতো জলস্তৰ বৃদ্ধিৰ সম্ভাৱনা। তামুলপুৰ প্ৰশাসনে মুকলি কৰিছে ২টাকৈ

শুকুৰবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ৰূপে শপত গ্রহণ কৰিলে উজ্জ্বল ভূঞাই

শুকুৰবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ৰূপে শপত গ্রহণ কৰিলে উজ্জ্বল ভূঞাই

শুকুৰবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ৰূপে শপত গ্রহণ কৰিলে উজ্জ্বল ভূঞাই। তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ দায়িত্ব আছে অসম সন্তান উজ্জ্বল ভূঞা।

সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে প্ৰতিবাদ কৰি নিলম্বিত হ’ল মহাবিদ্যালয়ৰ অধ্যক্ষ

সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে প্ৰতিবাদ কৰি নিলম্বিত হ’ল মহাবিদ্যালয়ৰ অধ্যক্ষ

📌 ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মুকুন্দ শৰ্মাক নিলম্বন। 📌 ভৱানীপুৰ সমষ্টিৰ নাম বিলুপ্ত কৰাৰ বিৰুদ্ধে কৰিছিল প্ৰতিবাদ। 📌 শিক্ষা বিভাগে এক জাননীযোগে নিলম্বন কৰে অধ্যক্ষ তথা বক্তা ড০ মুকুন্দ শৰ্মাক।