যোৱা ৰাতি বিহালী বাহবাৰীত বন্যহস্তিৰ তাণ্ডব,এটা বাসগৃহ ভাঙি ক্ষতি সাধন ।যোৱা ৰাতি বিহালী বাহবাৰীত বন্যহস্তিৰ তাণ্ডব এজন লোকৰ বাসগৃহ ভাঙি ক্ষতি সাধন। তথ্য মতে যোৱা ৰাতি 2বজাত মান বজাত কাজিৰঙা ষষ্ট সংযোজনাৰ পৰা উলাই অহা25/30জনীয়া হাতীৰ জাকে লক্ষমণ সোনাৰী নামৰ লোক জনৰ পাকঘৰ, লেটান ঘৰ ,এখন চাইকেল ভাঙি তহিলং কৰে
Month: July 2023
নেপালী ভাষাৰ আদিকবি ভানুভক্ত আচাৰ্যৰ ২০৯তম জম্ম জয়ন্তী আজি বুৰৈঘাটৰ মনোকামনা দুৰ্গা মন্দিৰ প্ৰাঙ্গনত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ’য়। হাম্ৰো চিনাৰী বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা ভানু জয়ন্তীৰ পুৱা পতাকা উত্তোলন কৰে হাম্ৰো চিনাৰী বিশ্বনাথ জিলা সমিতিৰ সভাপতি দেৱৰাজ চেত্ৰীয়ে। বন্তি প্ৰজ্বলন কৰে অভ্যৰ্থনা সমিতিৰ সভানেত্ৰী জানুকা প্ৰধানে।দুৰ্গা মন্দিৰ
ৰাজ্যবাসী লৈ সুখবৰ । পঞ্চম জুনিয়ৰ ৰাষ্ট্ৰীয় বক্সিংত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে অসম সন্তানে। উল্লেখ্য যে, যোৱা ৯ জুলাইৰ পৰা অৰুণাচল প্ৰদেশৰ ইটানগৰত অনুষ্ঠিত পঞ্চম জুনিয়ৰ বয়জ ৰাষ্ট্ৰীয় বক্সিং ২০২৩ প্ৰতিযোগিতাত অসম দলক প্ৰতিনিধিত্ব কৰি যোৰহাট এমেছাৰ বক্সিং সন্থাৰ খেলুৱৈ অবিনাশ দাসে লাভ কৰিছে ব্ৰঞ্জৰ পদক। খেলুৱৈগৰাকীৰ এই সফলতাই সকলোকে
টিংৰে বেৰা দিয়া এটা ভঙা প্ৰজা ৷ ভঙা ঘৰটোত বাস কৰে তিনিটাকৈ শিশুৱে ৷ ঘৰখনৰ ভিতৰলৈ সোমাই গ’লে দেখা পোৱা যায় দৰিদ্ৰতাৰ ছবিখন ৷ এটা কোঠাতে খোৱা,শোৱা, পঢ়া সকলো কৰে তিনিওৱে ৷ মাতৃৰ বিয়োগৰ পিছতে পিতৃও গ’লৈ অৰুণাছলৈ কামৰ সন্ধানত ৷ তেতিয়াৰে পৰা ঘৰখনত অকলশৰে থাকে তিনিওটা শিশু ৷ মাজে
হোজাইত বনহস্তীৰ তাণ্ডৱ অব্যাহত আছে। বুধবাৰে হোজাই-পশ্চিম কাৰ্বিআংলং সংযোগী পথৰ ঠেপলাগুৰিত চলন্ত বাহনত বন্যহস্তীৰ আক্ৰমণত থিতাতে এটি শিশু নিহত হোৱাৰ লগতে বাহনখনত থকা আন তিনিজন লোক গুৰুতৰভাৱে আহত হয়। নিহত শিশুটিৰ নাম ৰংলিৰ টেৰণপি (৫) বুলি জানিব পৰা গৈছে । ঘটনাৰ বিৱৰণীত মতে, AS 02 AG 9800 নম্বৰৰ চাৰিচকীয়া বিলাসী বাহনখন লৈ পশ্চিম কাৰ্বিআংলং জিলাৰ ডংকাৰ পৰা সুৰেন তেৰাঙৰ