Advertisement

যোৱা ৰাতি বিহালী বাহবাৰীত বন্যহস্তিৰ তাণ্ডব,এটা বাসগৃহ ভাঙি ক্ষতি সাধন

যোৱা ৰাতি বিহালী বাহবাৰীত বন্যহস্তিৰ তাণ্ডব,এটা বাসগৃহ ভাঙি ক্ষতি সাধন

যোৱা ৰাতি বিহালী বাহবাৰীত বন্যহস্তিৰ তাণ্ডব,এটা বাসগৃহ ভাঙি ক্ষতি সাধন ।
যোৱা ৰাতি বিহালী বাহবাৰীত বন্যহস্তিৰ তাণ্ডব এজন লোকৰ বাসগৃহ ভাঙি ক্ষতি সাধন। তথ্য মতে যোৱা ৰাতি 2বজাত মান বজাত কাজিৰঙা ষষ্ট সংযোজনাৰ পৰা উলাই অহা25/30জনীয়া হাতীৰ জাকে লক্ষমণ সোনাৰী নামৰ লোক জনৰ পাকঘৰ, লেটান ঘৰ ,এখন চাইকেল ভাঙি তহিলং কৰে লগতে অমিতা গছ , তামোল গছে ধৰি খেতিৰ বাবে পেলাই থোৱা কঠীয়া খাই বিস্তৰ ক্ষতি সাধন কৰে । ভুক্ত ভোগীৰ বনবিভাগক এটি পকা ঘৰৰ দিব বাবে দাবী জনায় ।

বিশ্বনাথ ৰ পৰা কৰণ শইকীয়া ৰিপৰ্ট

Shahnawaz Hamza

Related