Advertisement

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ সম্পূৰ্ণ হোৱা গৃহ সমূহত চৰকাৰী ভাৱে গৃহ প্ৰৱেশ কাৰ্য্যসূচী ৰূপায়ন

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ সম্পূৰ্ণ হোৱা গৃহ সমূহত চৰকাৰী ভাৱে গৃহ প্ৰৱেশ কাৰ্য্যসূচী ৰূপায়ন

চৰকাৰী নিৰ্দেশনা মতে ২০২১/২২চনৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ সম্পূৰ্ণ হোৱা গৃহ সমূহত চৰকাৰী ভাৱে গৃহ প্ৰৱেশ কাৰ্য্যসূচী সমগ্ৰ অসমতে আজিৰ তাৰিখ ৰূপায়ণ কৰা হয় ৷ সমগ্ৰ ৰাজ্যৰ লগতে বাঘমৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰতোৱা গাও পঞ্চায়ত এই কাৰ্য্যসূচী পালন কৰা হয় ৷ সেই মৰ্মে্ বিশ্বনাথ জিলাৰ পৰিষদৰ মূখ্য কাৰ্য্যবাহী বিষয়া দিগন্ত কুমাৰ বৈশ্য (ACS) ই আজি ৰতোৱা পঞ্চায়তৰ ৰুপালী বৰুৱা বৰা ( দিলীপ বৰা ) প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ সম্পূৰ্ণ হোৱা ঘৰত আজি গৃহ প্ৰৱেশ কৰা হয় ৷ লগতে উপস্থিত থাকে বাঘমৰা উন্নয়ন খণ্ডৰ উন্নয়ন বিষয়া ৰাজীৱ কুমাৰ বৰা , ৰতোৱা পঞ্চায়ত সচিব ধৰণী কটিয়ৰা লগতে বহু কেইজন ব্যক্তি ৷

বিশ্বনাথৰ পৰা কৰণ শইকীয়া ৰিপৰ্ট

Shahnawaz Hamza

Related