Month: July 2023

ফেচবুকত পৰ্ণ লিংক শ্বেয়াৰ কৰা আৰু বিচাৰি থকা সকল সাৱধান! দুবছৰ পৰ্যন্ত হ’ব পাৰে কাৰাদণ্ড

ফেচবুকত পৰ্ণ লিংক শ্বেয়াৰ কৰা আৰু বিচাৰি থকা সকল সাৱধান! দুবছৰ পৰ্যন্ত হ’ব পাৰে কাৰাদণ্ড

আপুনি জনা প্ৰয়োজন যে পৰ্ণ শ্বেয়াৰ কৰাটো অবৈধ। ভাৰতত পৰ্ণ শ্বেয়াৰ/ডিষ্ট্ৰিবিউচন কৰাটো এটা অপৰাধ। আই পি চিৰ ২৯৩ ধাৰা অনুসৰি ২০ বছৰৰ তলৰ যিকোনো ব্যক্তিক অশ্লীল বস্তু বিক্ৰী, বিতৰণ, প্ৰদৰ্শন বা চক্ৰান্তমূলক অশ্লীল বস্তু বিক্ৰী কৰাটো অবৈধ বুলি কোৱা হৈছে, আৰু ২৯৪ ধাৰাত যিকোনো ৰাজহুৱা স্থানত যিকোনো অশ্লীল কাম কৰা

মমতাৰ ৰাজ্যৰ পৰা অসমলৈ পলায়ন হাজাৰ হাজাৰ লোক

মমতাৰ ৰাজ্যৰ পৰা অসমলৈ পলায়ন হাজাৰ হাজাৰ লোক

মমতাৰ ৰাজ্যৰ পৰা অসমলৈ পলায়ন কৰিছে হাজাৰ হাজাৰ লোক। প্ৰাণ যোৱাৰ শংকাত পলায়ন কৰিছে হাজাৰ হাজাৰ লোকে।নিৰ্বাচনকেন্দ্ৰিক হিংসাত্মক পৰিস্হিতিয়ে এই পৰ্যন্ত ২০ জনকৈ লোকে প্ৰাণ হেৰুৱাইছে। জানিব পৰা মতে, প্ৰাণৰ ভয়ত ঘৰ এৰি পলায়ন কৰি ধুবুৰীৰ বহু স্হানত আশ্ৰয় লৈছে হাজাৰ হাজাৰ লোকে।বৰ্তমানলৈকে ৭০০০ লোকে প্ৰাণৰ শংকাত পশ্চিমবংগ এৰি ধুবুৰীত

তিনিমহীয়া নৱজাতকক দিলে ম্যাদ উকলা প্ৰতিষেধক

তিনিমহীয়া নৱজাতকক দিলে ম্যাদ উকলা প্ৰতিষেধক

তিনিচুকীয়াৰ শিশু বিশেষজ্ঞই সংঘটিত কৰিলে আন এক ভয়ংকৰ কাণ্ড।তিনিচুকীয়াৰ শিশু বিশেষজ্ঞ চিকিৎসকৰূপে পৰিচিত ডা: সুশীল কুমাৰ আগৰৱালাই এটি তিনিমহীয়া নৱজাতকক দিলে ম্যাদ উকলা প্ৰতিষেধক ।ম্যাদ উকলা প্ৰতিষেধক বিধ লোৱাৰ পিছতেই তীব্ৰ জ্বৰত আক্ৰান্ত হয় শিশুটি। জানিব পৰা মতে,পলিঅ’ প্ৰতিষেধক বিধ ২০২৩ ৰ মাৰ্চ মাহতেই ম্যাদ উকলিছিল।এই ভয়ংকৰ কাণ্ডটো প্ৰতিষেধক বিধ

১১ বছৰ বয়সত ৪১০ কোটি সম্পত্তিৰ মালিক এইগৰাকী মৰমলগা কণমানি

১১ বছৰ বয়সত ৪১০ কোটি সম্পত্তিৰ মালিক এইগৰাকী মৰমলগা কণমানি

মাত্ৰ ১১ বছৰ বয়সতে ইউটিউবাৰ হৈ কোটি কোটি টকা উপাৰ্জন কৰিছে শফাই। মাত্ৰ ১১ বছৰ বয়সতে খলকনি তুলিছে ছচিয়েল মিডিয়াত। সমগ্ৰ বিশ্বৰ শিশু–কিশোৰৰ মাজত চমক দিছে শফাই। ৰূপকথাৰ নানা চৰিত্ৰ যেনে ‘ফ্ৰোজেন’, ‘এলছা এণ্ড এনা’ৰ সৈতে ৰোমাঞ্চকৰ ভিডিঅ’ শ্বেয়াৰ কৰে তেওঁ। তেওঁৰ ভিডিঅ’ সাধাৰণতে আৰবী ভাষাত থাকে। ভাষা আৰু কথনশৈলীত

যোৱা ২৪ ঘন্টাত দেশৰ ৭খন ৰাজ্যত ভূমিস্খলন আৰু বানপানীৰ বিভিন্ন ঘটনাত ৫৬ জন লোকৰ মৃত্যু

যোৱা ২৪ ঘন্টাত দেশৰ ৭খন ৰাজ্যত ভূমিস্খলন আৰু বানপানীৰ বিভিন্ন ঘটনাত ৫৬ জন লোকৰ মৃত্যু

একে সময়তে মানালীত বিগত ৫২ বছৰীয়া বৰষুণৰ অভিলেখ ভংগ হৈছে। হিমাচলৰ মুখ্যমন্ত্ৰীয়ে আগন্তুক ২৪ ঘন্টা সকলোকে ঘৰতে থাকিবলৈ অনুৰোধ জনাইছে। ৰাজ্যৰ বহু নদী-খালত পানী বিপদসীমাৰ ওপৰেৰে বৈছে। হিমাচলৰ দুটা স্থানতো ডাৱৰ বিস্ফোৰণৰ ঘটনা পোহৰলৈ আহিছে। কুল্লুৰ বিয়াছৰ লগতে পাৰ্বতী আৰু তীৰ্থন নদীতো উঠিছে ঢৌ। ৰাজ্যখনৰ বিভিন্ন অঞ্চলত পানীৰ প্ৰচণ্ড সোঁতত