🔷 গুৱাহাটীত হ’ব আৰু ৩খন 5 Star হোটেল। 🔷 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব উন্নয়নৰ কাম, এইবাৰ নিয়ন্ত্ৰণত গুৱাহাটীৰ কৃত্ৰিম বান পৰিস্থিতি। 🔷 আত্মসন্তুষ্টি নলৈ GMC, GMDA কাম কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ।
Month: July 2023
ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই শুকুৰবাৰে নাগৰিকসকলক শ্ৰীহৰিকোটাৰ এছডিএছচি-এছএআৰৰ লঞ্চ ভিউ গেলেৰীৰ পৰা চন্দ্ৰযান-৩-ৰ উৎক্ষেপণ চাবলৈ আমন্ত্ৰণ জনাইছে । ইয়াৰ বাবে lvg.shar.gov.in/VSCREGISTRATIO-ত পঞ্জীয়ন কৰিব লাগিব । “বাহনৰ বৈদ্যুতিক পৰীক্ষা সম্পূৰ্ণ হৈছে । নাগৰিকসকলক শ্ৰীহৰিকোটাৰ এছডিএছচি-এছএআৰৰ লঞ্চ ভিউ গেলেৰীৰ পৰা https://lvg.shar.gov.in/VSCREGISTRATIO-ত পঞ্জীয়ন কৰি উৎক্ষেপণ চাবলৈ আমন্ত্ৰণ জনোৱা হৈছে ।” ইছৰোৱে টুইট কৰি
শনিবাৰে চিত্ৰাচল পাহাৰত অৱস্থিত ঐতিহাসিক মন্দিৰটো পৰিদৰ্শন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰী শৰ্মাই মন্দিৰটো পৰিদৰ্শন কৰি ঘোষণা কৰিলে আঁচনি ৷ উন্নত হ’ব নৱগ্ৰহ মন্দিৰলৈ অহা শিলপুখুৰী পথ ৷ শিলপুখুৰীৰ পথৰ দুইকাষে থাকিব উন্নত ৰেলিং ৷ মন্দিৰটোৰ ভক্ত দৰ্শনাৰ্থীৰ আকৰ্ষণ বঢ়োৱা অন্যতম প্ৰাণী বান্দৰ ৷ বিদ্যুৎ পৰিবাহী তাঁৰৰ
শাসক বিৰোধীৰ সংঘাতৰ ফলত নিৰ্বাচনী হিংসাত প্ৰাণ হানি হোৱা লোকসকলৰ ভিতৰত ৯ জন টিএমচিৰ, ৩ জন কংগ্ৰেছৰ আৰু ২ জন কৈ বিজেপি আৰু চিপিএমৰ বুলি জানিব পৰা গৈছে । ৰাজ্যখনত শনিবাৰে অনুষ্ঠিত হৈছিল পঞ্চায়ত নিৰ্বাচন । নিৰ্বাচনৰ দিনটোত বেলট বাকচ লুট, অগ্নিসংযোগ, দলসমূহৰ কৰ্মীৰ মাজত সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে
✒️ মৃত দুই যুৱক সুৰজিৎ সিনহা আৰু মুস্তাফিজুৰ ৰহমান। ✒️মুস্তাফিজুৰ ৰহমানৰ ঘৰ মহানগৰীৰ বামুণীমৈদাম ৰে’লৱে কলনীত আৰু সুৰজিৎ সিনহাৰ ঘৰ হেঙেৰাবাৰীত। ✒️ৰহস্যজনকভাৱে হেঙেৰাবাৰীৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ৰ সমীপত উদ্ধাৰ হয় দুয়োৰে মৃতদেহ।