Month: July 2023

পশ্চিমবংগত ভোটগ্ৰহণ কেন্দ্ৰত হিংসাত্মক ঘটনা, চোকা অস্ত্ৰৰ আক্ৰমণত প্ৰাণ গ’ল TMC নেতাৰ

পশ্চিমবংগত ভোটগ্ৰহণ কেন্দ্ৰত হিংসাত্মক ঘটনা, চোকা অস্ত্ৰৰ আক্ৰমণত প্ৰাণ গ’ল TMC নেতাৰ

পশ্চিমবংগত পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা আৰম্ভ৷ভোটগ্ৰহণ আৰম্ভ হোৱাৰ লগে লগে হিংসাত্মক ঘটনা সংঘটিত হ’ল পশ্চিমবংগত৷ভোটগ্ৰহণত অগ্নিসংযোগ কৰিলে একাংশ লোকে ৷আনহাতে গুলীৰ আঘাতত আহত হৈছে এজন কংগ্ৰেছ নেতা ৷ কোচবিহাৰত ভোট কেন্দ্ৰ ভাঙি লণ্ড-ভণ্ড কৰিছে বুলিও জানিব পৰা গৈছে ৷ইয়াৰোপৰি চোকা অস্ত্ৰৰ আঘাতত প্ৰাণ গ’ল এজন TMC নেতাৰ৷