মূখ্য অতিথি হিচাপে অংশগ্ৰহণ যোৰহাট জিলাৰ উপায়ুক্ত পুলক মহন্ত! টীয়কৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান টীয়ক জাতীয় বিদ্যালয়ত আজি আয়োজিত এক বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠান,ন্যাস বঁটা প্ৰদান আৰু প্ৰীতি সন্মিলনত যোৰহাট জিলাৰ উপায়ুক্ত পুলক মহন্তই মূখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। উক্ত অনুষ্ঠানত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত সপ্তম স্হান দখল কৰা
Month: July 2023
ধুমুহাত ক্ষতিগ্ৰস্ত হৈছে টীয়কৰ বহু কেইখন গাঁও। বিধ্বংসী ধুমুহাৰ ফলত স্তব্ধ হৈছে যাতায়ত ব্যৱস্থা। ধুমুহাৰ ফলত বনাই, আমতল, চিন্তামনিগড়, ঔগুৰি আদি অঞ্চলৰ বিদ্যুৎ ব্যৱস্থা ব্যাহত হৈছে। টীয়ক বিদ্যুৎ উপ সংমণ্ডলৰ সহযোগত বিজুলী ব্যৱস্থা সুস্থিৰ কৰাৰ প্ৰয়াস কৰা হৈছে যদিও বৰ্তমান সময়লৈকে প্রায় কুৰিখন গাঁওৰ বিদ্যুৎ সংযোগ বন্ধ হৈ আছে।
ভয়ংকৰ ৰূপত ৬ বিধ মাৰাত্মক ৰোগৰ প্ৰাদুৰ্ভাৱ আৰম্ভ।মেক্স চুপাৰ স্পেচিয়েলিটি হাস্পতাল,পাটপাৰগঞ্জৰ সঞ্চালক ডা: মুকেশ মেহৰাই জনাইছে ৬ বিধ মাৰাত্মক ৰোগীৰ বিষয়ে। তেওঁ কয়, বাৰিষা ঋতুত, আৰ্দ্ৰ আৰু তিঁতা পৰিৱেশৰ ফলত বিভিন্ন সংক্ৰমণ আৰু ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি হোৱাৰ আশংকা। বৰ্ধিত আৰ্দ্ৰতা, সংক্ৰামক এজেন্টৰ প্ৰসাৰৰ বাবে বাৰিষা ঋতুয়ে কেইবাটাও স্বাস্হ্যৰ বিপদাশংকাৰ সৃষ্টি
জাইকাৰ পাইপ ফুটাক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “কেৰেলাত ২২ হাজাৰ পাইপ ফুটিছে । পানীৰ পাইপ ফুটিবই, খালী ফুটাৰ লগ লগেই বন্ধ কৰি দিব লাগে । আপোনালোকে গুগল কৰিলে দেখিব পানীৰ পাইপ দিল্লীতো ফুটে, কেৰেলাতো ফুটে । পানীৰ পাইপ ফুটাটো কোনেও ৰখাব নোৱাৰে । কিন্তু পাইপ ফুটিলে কন্টোলত লগে লগেই গম পাব
উত্তৰ প্ৰদেশৰ মীৰুট জিলাৰ এখন পথাৰত এগৰাকী গৰ্ভৱতী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ তিনিদিন পিছতে আৰক্ষীয়ে তেওঁৰ হত্যাকাণ্ডৰ সৈতে জড়িত প্ৰেমিক আৰু আন চাৰিজনক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ মতে, অভিযুক্ত আদেশে আৰক্ষীক কয় যে তেওঁ আৰু তেওঁৰ বন্ধুসকলে মিলি মহিলাগৰাকীক মূৰত ইটাৰে আঘাত কৰি হত্যা কৰিছিল। হত্যা কৰাৰ পিছত মৃতদেহ পথাৰত এৰি