AAPত যোগদান কৰিব নেকি অজিত ভূঞাই 🔷 দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক সাক্ষাৎ অজিত ভূঞাৰ 🔷 মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহত ৪৫ মিনিটজোৰা আলোচনা 🔷 মধ্যস্থতাকাৰী ৰূপত সাংসদ ৰাঘৱ ছাদ্দাই 🔷 অসমত AAPৰ দায়িত্ব লোৱা সন্দৰ্ভত আলোচনাৰ সম্ভাৱনা
Month: July 2023
বিজেপিৰ কেন্দ্ৰীয় কমিটিত স্থান লাভ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ বিজেপিৰ সভাপতি জে পি নাড্ডাই তাছাক নিযুক্তি দিছে দলটোৰ ৰাষ্ট্ৰীয় সচিব হিচাপে। আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিৰ সাংগঠনিক ক্ষেত্ৰত তৎপৰতা। ২৯ জুলাই ২০২৩ত নাড্ডাই বি জে পিৰ কেন্দ্ৰীয় কমিটিত ১৩ জনক নিযুক্তি দিছে উপাধ্যক্ষ হিচাপে। ৰাষ্ট্ৰীয় সচিব হিচাপে নিযুক্তি
মণিপুৰবাসীৰ সমস্যা আৰু কেতিয়ালৈকে থাকিব ? মণিপুৰত আছে ২৩ লাখ জনতা।১৯৯৩ চনত নগা-কুকিৰ মাজত সংঘাত হৈছিল, মৃত্যু হৈছিল ৭৫০ গৰাকী লোকৰ।৩৫০ খন গাঁৱত হৈছিল হিংসা।মেইতে আৰু পাংগল লোকৰ মাজত হৈছিল সংঘাত।মৃত্যু হৈছিল ১০০ গৰাকী লোকৰ।১৯৯৭-৯৮ চনতো সংঘটিত হৈছিল ভয়ানক ঘটনা।৩৫২ গৰাকী লোকৰ মৃত্যু হৈছিল সংঘৰ্ষত, ১৩ হাজাৰ পৰিয়াল হৈছিল গৃহহীন।৪৫০০
ধূলি-বালি বা অন্যান্য কাৰণত সাধাৰণতে মানুহ এলাৰ্জিজনিত সমস্যাত ভোগে৷ কেতিয়াবা কোনো বিশেষ খাদ্য বেছিকৈ খালেও এলাৰ্জি বাঢ়িব পাৰে৷ সেইবাবে এলাৰ্জিজনিত সমস্যা থাকিলে খাদ্য খোৱাৰ ক্ষেত্ৰতো সজাগ হ’ব লাগে৷ গাখীৰ – গাখীৰে শৰীৰত প্ৰয়োজনীয় পুষ্টিৰ যোগান ধৰে৷ ই স্বাস্থ্যৰ বাবে অতি উপকাৰী যদিও কেতিয়াবা গাখীৰৰ পৰা এলাৰ্জি হয়৷ বিশেষকৈ তিনি বছৰৰ তলৰ শিশুৰ
বেগাই খোজ কাঢ়িলে মানুহৰ আয়ুস বাঢ়ে৷ শুনিবলৈ অদ্ভুট যেন লাগিলেও এই দাবী কৰিছে ব্ৰিটেইনৰ লেষ্টাৰ বিশ্ববিদ্যালয়ৰ এটা গৱেষকৰ দলে৷ ৬৫ বছৰৰ পৰা ১০৫ বছৰ বয়সৰ মানুহৰ মৃত্যুৰ কাৰণ সংক্ৰান্তীয় গৱেষণা কালত তেওঁলোকে জানিব পাৰে যে বেগাই খোজ কাঢ়িলে মানুহৰ আয়ুস বৃদ্ধি হয়৷ অৱশ্যে বয়স বঢ়াৰ কোনো নিৰ্দিষ্ট কাৰণ সম্পৰ্কে গৱেষকৰ