যোৱা শুক্ৰবাৰে পুৱতি নিশা নাজিৰা বিহুবৰ চণ্টকৰ কিশোৰ ভূমিজ নামৰ এজন যুৱকে নিজৰ শহুৰেকৰ ঘৰলৈ যোৱা অৱস্থাত এখন প্ৰাৰ্থমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকে কোনো কাৰণ নোহোৱাকৈ চোকা অস্ত্ৰৰে আঘাত কৰাৰ এক চাঞ্চল্যকৰ অভিযোগ উত্থাপিত হৈছে। সংবাদ মাধামৰ আগত কিশোৰ ভূমিজৰ পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে কিশোৰে শুক্ৰবাৰে পুৱতি নিশা শহুৰেকৰ ঘৰত
Month: July 2023
নাজিৰাৰ লখিমী আলিৰ ১০নং ৱাডত নাজিৰা সংহত শিশু উন্নয়ন প্ৰকল্পৰ সৌজন্যত নাজিৰা নগৰৰ ৱাড নং ১০(খ) অঙ্গনৱাড়ী কেন্দ্ৰত আজি সামূহিক সজাগতা সভা (CBE) উদযাপন কৰে। চৰকাৰী অধিসূচনা অনুসৰি সকলো অঙ্গনৱাড়ী কেন্দ্ৰত মাহত দুটাকৈ দিনত এনেদৰে CBE উদযাপন কৰা হয়। আজি নাজিৰা নগৰৰ ৱাড নং ১০(খ) অঙ্গনৱাড়ী কেন্দ্ৰত প্ৰথম CBE হিচাপে
সোমবাৰে ৰাতিপুৱাই নগাঁৱৰ ৰাজপথত দেখা গল এক কৰুণ দৃশ্য। গাত বগা সাজ/ খালি ভৰিৰে এখন চাইকেলৰ কেৰিয়াৰত খবৰ কাগজ লৈ ঘৰে ঘৰে বিলাই ফুৰিছে। পিতৃৰ মৃত্যুৰ ৪ দিনৰ পাছৰে পৰা এইদৰে বগা সাজ আৰু খালি ভৰিৰে চাইকেল চাইকেলৰ কেৰিয়াৰত খবৰ কাগজ বিলাই ফুৰা যুৱক জনৰ নাম হৈছে হৰি দাস। জীয়াই
দেওবাৰে নগাঁও আৰক্ষীৰ জালত পৰিছিল এটা ঠগ প্ৰবঞ্চক। নগাঁৱৰ আৰক্ষীয়ে গুৱাহাটীৰ ৮মাইলৰ পৰা আটক কৰিছিল ঠগ প্ৰবঞ্চকটোক আৰক্ষীয়ে আটক কৰা ঠগ প্ৰবঞ্চকটোৰ নাম আছিল মিন্টু হাজৰিকা। মিন্টু হাজৰিকা নামৰ ঠগ প্ৰবঞ্চকটোৱে নগাঁৱৰ বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী, মন্ত্ৰী পিয়ুষ হাজৰিকা আৰু বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজেন গোঁহাইৰ ঘনিষ্ঠ বুলি নিজকে চিনাকি
শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ সংস্কৃতি শাখাৰ উদ্যোগত আৰু বিশ্বনাথ জিলা শাখা ব্যৱস্থাপনাৰ সহযোগত বিশ্বনাথ জিলা কাৰ্যালয় আৰু বিশ্বনাথ চাৰিআলি আঞ্চলিক নামঘৰ প্ৰাংগনত আজিৰে পৰা৭ দিন শংকৰী সংগীতৰ কেন্দ্ৰীয় সত্ৰ অনুষ্ঠিত হয়৷পুৱা উপ পদাধিকাৰে পতাকা উত্তোলন কৰাৰ লগতে প্ৰাতঃপ্ৰসংগ কৰা হয় ৷গছপুলি ৰোপণ কৰে পূৱ সংমণ্ডলৰ প্ৰাধিকাৰী তথা প্ৰকৃতি প্ৰেমী কুমুদ বৰুৱাই৷সমগ্ৰ অসমৰ