কোৱা হয় যে এবাৰ মা লক্ষ্মী আৰু কুবেৰ দেৱৰ আশীৰ্বাদ পোৱাৰ পিছত আপোনাৰ জীৱনত আৰু একো বস্তুৰে অভাৱ নহয়। আজি আমি আপোনালোকক এনেধৰণৰ ৫টা কথা ক’ম। ধনী হ’বলৈ এই ৫ টা বস্তু ঘৰত ৰাখক… মুদ্ৰা মা লক্ষ্মী আৰু কুবেৰ দেৱৰ আশীৰ্বাদ পাবলৈ (মা লক্ষ্মী আৰু কুবেৰ দেৱক সন্তুষ্ট কৰিবলৈ বাস্তু
Month: July 2023
ভিটামিন হ’ল এক প্ৰকাৰৰ শক্তি সম্পন্ন জৈৱ ৰাসায়নিক যৌগ। মানৱ দেহত এই ভিটামিনৰ অভাৱ হ’লে বিভিন্ন ৰোগে দেখা দিয়ে।১৯১২ চনত পোলেণ্ডৰ ৰসায়নবিদ কেছিমিৰ ফ্ৰেংকে সৰ্ব প্ৰথম খাদ্যত থকা দ্ৰব্য বোৰক ভিটামিন নাম দিছিল। এই ভিটামিন বোৰ ইংৰাজী বৰ্ণমালা A,C,D,E,K আৰু B কম্প্লেক্স নামে জনাজাত । এই ভিটামিন বোৰৰ অভাৱ হ’লে
অভিযোগ কৰিছে ডাকঘৰৰ অধীনস্থ বিভিন্ন গ্ৰাহকে ।। গেলেকীৰ ডাকঘৰটোৰ এজন নিৰ্মল শইকীয়া নামৰ পিয়নজনে কৌশলগত ভাৱে এই সমগ্ৰ টকা আত্মহাত কৰাৰ অভিযোগ উঠিছে ।। ইজনৰ পিছত সিজন গ্ৰাহকে গেলেকী থানাত দাখিল কৰিছে এজাহাৰ ।। দৈনিক এই হৰলুকি হোৱাৰ টকাৰ পৰিমাণ বাঢ়ি গৈ আছে কাৰণ এই খবৰ বিয়পি পৰাৰ লগে লগে
টীয়কৰ অন্যতম শিক্ষানুষ্ঠান জ্যোতি বিদ্যাপীঠ টীয়কে আজি পূৰ্বৰ দৰে জুলাই মাহৰ পহিলা তাৰিখে গ্ৰীষ্ম বন্ধৰ প্ৰাকক্ষণত প্ৰীতি সন্মিলন ও ন্যাস বঁটা প্ৰদানৰ এক অনুষ্ঠান অনুষ্ঠিত কৰে।এই লৈ বিদ্যালয়ৰ অধ্যক্ষ প্ৰশান্ত কুমাৰ দাসৰ সভাপতিত্বত আয়োজিত সভাত নিম্ন প্ৰাথমিক শাখাত সৰ্বোচ্চ নম্বৰ প্ৰাপক দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ অভিজ্ঞান বৰুৱাক ইন্দ্ৰেশ্বৰ বৰা সোঁৱৰণী ন্যাস
অসমলৈ গৌৰৱ কঢ়িয়ালে নগাঁৱৰ ভাস্বত শইকীয়াই। ভাৰতীয় বন সেৱা(IFS)ৰ পৰীক্ষাত ৬৮সংখ্যক স্থানৰে উজ্বলিল ভাস্বত। নগাঁও চহৰৰ ডিফলুৰ ভাস্বত শইকীয়াৰ সাফল্যত নগাঁৱত আনন্দৰ জোৱাৰ। হাইস্কুল শিক্ষান্ত পৰীক্ষাতো দশম স্থান লাভ কৰিছিল ভাস্বতে। অসমতে বন বিভাগত সেৱা আগবঢ়াব বিচাৰে ভাস্বতে।