শিৱ লিংগৰ অৰ্থ প্ৰকৃততে কি ?….

1 min read

লিংগ শব্দই সংস্কৃতত চিহ্ন বা প্ৰতীক বুজায় ।
আনহাতে জননেন্দ্ৰীয়ক কোৱা হয় শিশিন বুলি ।

শিৱ লিংগ —
1) শিৱলিংগৰ অৰ্থ হ’ল শিৱৰ প্ৰতীক ।

এটা শব্দই একেটা ভাষা বা বিভিন্ন ভাষাত বেলেগ বেলেগ অৰ্থ বুজাব পাৰে । যেনে

1) সুত্ৰ – – সুতাঁ , গণিতীয় সুত্ৰ বা লিখন সুত্ৰও হব পাৰে যেনে — ব্ৰহ্ম সুত্ৰ ।

2) অৰ্থ — ভাৱাৰ্থ বা সম্পত্তি ।

ঠিক সেইদৰে শিৱলিংগৰ সন্দৰ্ভত লিংগ শব্দৰ দ্বাৰা চিহ্ন , প্ৰতীক , গুণ , ব্যৱহাৰ আদি বুজোৱা হয়

You May Also Like

More From Author