শিক্ষক-শিক্ষয়িত্ৰীৰ পোছাকক লৈ বিশেষ নিৰ্দেশনা, নিৰ্দেশনা জাৰি উচ্চ শিক্ষা বি‍ভাগৰ

1 min read

🔷 শিক্ষকে পিন্ধিব লাগিব FORMAL DRESS

🔷 শিক্ষকৰ বাবে ধাৰ্য ফৰ্মেল ছাৰ্ট-পেণ্ট, ধূতি-পায়জামা

🔷 শিক্ষকে পিন্ধিব নোৱাৰিব CASUAL DRESS

🔷 পিন্ধিব নোৱাৰিব জিনছ, টি-ছাৰ্ট, প’ল’ আদি

🔷 শিক্ষয়িত্ৰীয়েও পিন্ধিব লাগিব মাৰ্জিত পোছাক

🔷 পিন্ধিব লাগিব মেখেলা-চাদৰ, শাড়ী আৰু চুৰিদাৰ-কামিজ

🔷 পিন্ধিব নোৱাৰিব জিনছ, টি-ছাৰ্ট, লেগিঙছ আদি

🔷 শিক্ষক-শিক্ষয়িত্ৰী উভয়ে উগ্ৰ ৰঙৰ কাপোৰ পৰিহাৰ কৰিব লাগিব

🔷 পাৰ্টিৱেৰ আৰু বিশৃংখল পোছাক পৰিধানত বাধা

🔷 কৰ্তব্যৰ সময়ত মানি চলিব লাগিব এই নিয়ম

You May Also Like

More From Author