ৰাজ্যত নিষিদ্ধ হ’ব বহুবিবাহ

1 min read

🔵 ইতিমধ্যে দাখিল বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদন
🔵 মুখ্যমন্ত্ৰীক প্ৰতিবেদন দিলে বিশেষজ্ঞ সমিতিয়ে
🔵 প্ৰতিবেদনৰ পিছতে তৎপৰ ৰাজ্য চৰকাৰ
🔵 সাধাৰণ জনতাৰ পৰামৰ্শ বিচাৰিছে ৰাজ্য চৰকাৰে
🔵 গৃহ আৰু ৰাজনৈতিক বিভাগক দিব পাৰিব পৰামৰ্শ
🔵 ৩০ আগষ্টৰ পৰা ই-মেইলযোগে পৰামৰ্শ প্ৰদানৰ আহ্বান
🔵 গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্ৰধান সচিবৰ জাননী জাৰি

You May Also Like

More From Author