SI জোনমণি ৰাভাৰ মৃত্যুৰ প্ৰথমটো গোচৰৰ অভিযোগনামা দাখিল

1 min read

SI জোনমণি ৰাভাৰ মৃত্যুৰ প্ৰথমটো গোচৰৰ অভিযোগনামা দাখিল

লখিমপুৰত ৰুজু হোৱা ৯৬/২০২৩ গোচৰৰ অভিযোগনামা দাখিল। অভিযোগনামাত ৪টা অভিযুক্তৰ নাম উল্লেখ CBIৰ। অভিযুক্তকেইটা নুৰ মহম্মদ, আজিজুৰ ৰহমান, ৰিয়াজুল ইছলাম, মজিবুৰ ৰহমান। CBI-এ দাখিল কৰিলে অভিযোগনামা।

You May Also Like

More From Author