চন্দ্ৰযান-৩ত কৰ্মৰত তিনিচুকীয়াৰ বোৱাৰী নিধি শৰ্মা

1 min read

চন্দ্ৰযান ৩ৰ সৈতে জড়িত আন এগৰাকী অসমীয়া সু-সন্তান । দেহত ৫ মহীয়া সন্তান লৈ চন্দ্ৰযান ৩ৰ সফলতাৰ বাবে কাম কৰি আছে তিনিচুকীয়াৰ বোৱাৰী নিধি শৰ্মা । আজি নিধি শৰ্মাক লৈ অসমবাসীয়ে গৌৰৱ কৰিছে ।

চন্দ্ৰযান-৩ ত কৰ্মৰত অসমৰ তিনিচুকীয়াৰ বোৱাৰী নিধি শৰ্মা শৰীৰত পাঁচমহীয়া সন্তানলৈ চন্দ্ৰযান-৩ ৰ সাফল্যৰ বাবে কৰ্মৰত হৈ আছে নিধি শৰ্মা

You May Also Like

More From Author