দ্বিতীয়টো সন্তানৰ পিতৃ হ’ল যুৱৰাজ সিং, কন্যা সন্তান জন্ম দি আনন্দিত হেজেল কিচ

1 min read

এই সুখবৰটো পোৱাৰ পিছতে বহুতে দম্পতীহালক অভিনন্দন জনাইছে আৰু শুভকামনা জ্ঞাপন কৰিছে। যুৱৰাজ সিঙে ইনষ্টাগ্ৰামত লিখিছে, “আমি আমাৰ সৰু ৰাজকুমাৰী আউৰাক স্বাগতম জনোৱাৰ লগতে আমাৰ পৰিয়ালটোক সম্পূৰ্ণ কৰি তোলাৰ লগে লগে আমাৰ নিদ্রাহীন ৰাতিবোৰ বহুত আনন্দদায়ক হৈ পৰিছে।” তেওঁ তেওঁৰ কন্যা শিশুটিৰ এখন ফটোও শ্বেয়াৰ কৰিছে। আনহাতে হেজেল কিচক তেওঁলোকৰ পুত্ৰ অৰিয়ন কিচ সিঙৰ কাষত থকা দেখা গৈছে।

 

 

View this post on Instagram

 

A post shared by Yuvraj Singh (@yuvisofficial)

You May Also Like

More From Author