Month: August 2023

বিপদসীমাৰ ওপৰেৰে ব্ৰহ্মপুত্ৰৰ জলস্তৰ; গুৱাহাটী–উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰীসেৱা বন্ধৰ ঘোষণা আভ্যন্তৰীণ জলপৰিবহন বিভাগৰ

বিপদসীমাৰ ওপৰেৰে ব্ৰহ্মপুত্ৰৰ জলস্তৰ; গুৱাহাটী–উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰীসেৱা বন্ধৰ ঘোষণা আভ্যন্তৰীণ জলপৰিবহন বিভাগৰ

মহাবাহু ব্ৰহ্মপুত্ৰৰ পানী দ্ৰুতগতিত বৃদ্ধি পোৱাত মহানগৰীৰ লাচিতঘাট সম্প্ৰতি পানীৰ তলত। বিপদসীমাৰ ওপৰেৰে বৈ থকাৰ ফলত শেহতীয়াকৈ ব্যাহত হৈ পৰিছে গুৱাহাটী–উত্তৰ গুৱাহাটী সংযোগী দলঙৰ কাম। আনকি নিৰ্মাণস্থানত জলমগ্ন হৈ পৰাত পানীৰ মাজত আবদ্ধ হয় ছিংলা কনষ্ট্ৰাকচনৰ কেইবাখনো ট্ৰাক। আনহাতে ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাত ইতিমধ্যে গুৱাহাটী–উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা নিৰ্দিষ্ট

আজি ৩টা ৰাশিচিহ্নৰ ভাগ্য ভাল, বিবাহিত জীৱনত সুখ পাব, আপোনাৰ ৰাশিফল পঢ়ক

আজি ৩টা ৰাশিচিহ্নৰ ভাগ্য ভাল, বিবাহিত জীৱনত সুখ পাব, আপোনাৰ ৰাশিফল পঢ়ক

আজি ২০২৩ চনৰ  ২৯ আগষ্ট । আজি কেনে যাব আপোনাৰ দিনটো। জানো আহক দিনটোৰ ৰাশিফল-   ১. মেষ ৰাশি- বন্ধুৰ সৈতে মিলন হ’ব।  সংসাৰত শুভ।  শৰীৰ অসুস্থ। প্ৰেমত সন্দেহ। বিদ্যাত বাধা।খৰচ বৃদ্ধিৰ যোগ ।   ২. বৃষ ৰাশি -আজিৰ দিনটোত ব্যৱসায়ত উন্নতি হ’ব৷  কৰ্মত ব্যস্ততা বাঢ়িব। ভ্ৰমণত সাৱধান হ’ব। স্বাস্থ্য

‘চন্দ্ৰযান-৩’ৰ সফলতাৰ পাছত এইবাৰ ইছৰ’ৰ নতুন মিছন ‘গগণযান’; ৰোভাৰ নহয়, এইবাৰ মহাকাশমুখী মানুহ!

‘চন্দ্ৰযান-৩’ৰ সফলতাৰ পাছত এইবাৰ ইছৰ’ৰ নতুন মিছন ‘গগণযান’; ৰোভাৰ নহয়, এইবাৰ মহাকাশমুখী মানুহ!

ইতিমধ্যে ভাৰতৰ চন্দ্ৰস্পৰ্শ কৰাৰ সপোন বাস্তৱায়িত হৈছে। অৱশ্যে ইছৰোৰ বিজ্ঞানীসকলে ইয়াতেই থমকি ৰ’ব নিবিচাৰে। এতিয়া বিজ্ঞানীসকলৰৰ লক্ষ্য মিছন গগনযান। এই ক্ষেত্ৰত পৰিকল্পনা আৰম্ভ হৈছে। মহাকাশচাৰীসকলৰ নিৰাপদ পুনৰুদ্ধাৰৰ ক্ষেত্ৰত পৰামৰ্শ দিবলৈ কামাণ্ডাৰ অভিলাষ টমীক নিযুক্তি দিয়া হৈছে। ২০২৩ চনৰ ২৩ আগষ্ট ভাৰতীয় মহাকাশ গৱেষণাৰ ইতিহাসত এক সপোনৰ দিন।কাৰণ উক্ত দিনটোতেই চন্দ্ৰযান-৩

পত্নীক লগত লৈ গাড়ীৰে সৈতে নদীত জাপ দিলে এজন লোকে! এটা মৃতদেহ উদ্ধাৰ

পত্নীক লগত লৈ গাড়ীৰে সৈতে নদীত জাপ দিলে এজন লোকে! এটা মৃতদেহ উদ্ধাৰ

দিল্লীত ঘটিছে এক অঘটন। দিল্লীৰ অমৰোহাৰ বাসিন্দা শ্বাহ আলম নামৰ দৰ্জীজনে নিজৰ গাড়ীখনৰ সৈতে গংগা নদীত জপিয়াই দিয়ে। গাড়ীখনত শ্বাহ আলমৰ লগতে আছিল তেওঁৰ নৱবিবাহিত পত্নী নাজিয়া। তথ্য পোৱাৰ লগে লগে আমৰোহা আৰক্ষীয়ে সেই স্থানত উপস্থিত হয়। ১২ ঘন্টাৰ অন্তত নদীত উদ্ধাৰ হয় শ্বাহ আলমৰ মৃতদেহ। একে সময়তে নাজিয়াৰ সন্ধান

“কল্লোল” সাংস্কৃতিক গোষ্ঠীৰ সোণালী জয়ন্তী বৰ্ষৰ স্মৃতিগ্ৰন্থ “কল্লোল” উন্মোচন

“কল্লোল” সাংস্কৃতিক গোষ্ঠীৰ সোণালী জয়ন্তী বৰ্ষৰ স্মৃতিগ্ৰন্থ “কল্লোল” উন্মোচন

নিউজ ব্যুৰ’,নগাঁও,২৮আগষ্ট:–নগাঁও তথা অসমৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান “কল্লোল সাংস্কৃতিক গোষ্ঠী”ৰ সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ “কল্লোল” ৰবিবাৰে উন্মোচন কৰা হয় । এই উপলক্ষে নগাঁও চহৰৰ কল্লোল ভৱনত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত স্মৃতিগ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট চিন্তাবিদ,সমালোচক,অধ্যাপক ৰঞ্জিত কুমাৰ দেৱ গোস্বামীয়ে। উন্মোচনী ভাষণত গোস্বামীয়ে মূলতঃ নগাঁৱৰ