Month: August 2023

কন্যা সন্তান জন্মিলে ২১,০০০ টকা, চৰকাৰৰ বাম্পাৰ আঁচনি!

কন্যা সন্তান জন্মিলে ২১,০০০ টকা, চৰকাৰৰ বাম্পাৰ আঁচনি!

আজিও দেশত এনে বহু পৰিয়াল আছে যিসকলে কন্যা সন্তান জন্ম পালে অসন্তুষ্ট হয়। কন্যা আৰু পুত্ৰ সন্তানৰ মাজত ভেদাভেদ কৰে। এনে প্ৰাচীণ সামাজিক ধাৰণা সলনিৰ বাবেই এই পদক্ষেপ এইখন ৰাজ্য চৰকাৰৰ। পুত্ৰ আৰু কন্যাৰ মাজত পাৰ্থক্য দূৰ কৰাৰ বাবে এইখন ৰাজ্যৰ চৰকাৰে চলাইছে ‘আপকী বেটী, হামাৰী বেটী’ আঁচনি। ইয়াৰ আওতাত

গুলী খায়ো DIG ৰ মোবাইল ক’ত বিক্ৰী কৰিলে স্বীকাৰ কৰা নাই অভিজিতে

গুলী খায়ো DIG ৰ মোবাইল ক’ত বিক্ৰী কৰিলে স্বীকাৰ কৰা নাই অভিজিতে

অসম আৰক্ষীৰ DIG বিবেক ৰাজ সিঙৰ মোবাইল থপিয়াই নিয়া চোৰক এনকাউণ্টাৰ। গুলী খায়ো DIGৰ মোবাইলৰ সন্ধান দিয়া নাই অভিজিৎ ৰাভাই। মহানগৰীত চুৰি মোবাইল কিনা খলনায়কো গুলীবিদ্ধ। একে নিশাই দুটা মোবাইল চোৰক গুলীবিদ্ধ কৰি অপৰাধীক কঠোৰ সকিয়নি মহানগৰ আৰক্ষীৰ। DIG বিবেক ৰাজ সিঙৰ মোবাইল লুটি নিয়াৰ দুঃসাহস কৰা অভিজিৎ ৰাভাৰ লগতে

আৰম্ভ হ’ব এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল টুৰ্ণামেণ্ট ডুৰাণ্ড কাপ ২০২৩

আৰম্ভ হ’ব এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল টুৰ্ণামেণ্ট ডুৰাণ্ড কাপ ২০২৩

প্ৰথমবাৰৰ বাবে ১৮৮৮ চনতে আৰম্ভ হোৱা ডুৰাণ্ড কাপ হৈছে বিশ্বৰ তৃতীয় পুৰণি ফুটবল প্ৰতিযোগিতা। প্ৰতিযোগিতাখনিৰ এইবাৰৰ ১৩২তম সংস্কৰণত অংশগ্ৰহণ কৰিব ২৪ টাকৈ দলে। বৃহস্পতিবাৰৰ সন্ধিয়া ৫.৪৫ত পশ্চিম বংগৰ বিবেকানন্দ যুৱ ভাৰতী কৃৰঙ্গন (চল্ট লেক ষ্টেডিয়াম)ত আৰম্ভ হ’ব ইয়াৰ প্ৰথমখন খেল। প্ৰথম প্ৰতিযোগিতাখনত অৱতীৰ্ণ হ’ব মোহন বাগান এছজি বনাম বাংলাদেশ আৰ্মি

চালকৰ অনুজ্ঞা পত্ৰ আৰু বাহনৰ পঞ্জীয়ন প্ৰমাণপত্ৰ ৩ মাহৰ ভিতৰত ডিজিটাইজড নকৰিলে অবৈধ বুলি গণ্য কৰা হ’ব

চালকৰ অনুজ্ঞা পত্ৰ আৰু বাহনৰ পঞ্জীয়ন প্ৰমাণপত্ৰ ৩ মাহৰ ভিতৰত ডিজিটাইজড নকৰিলে অবৈধ বুলি গণ্য কৰা হ’ব

অসম চৰকাৰে জাৰি কৰিছে এই নিৰ্দেশনা, চালকৰ অনুজ্ঞা পত্ৰ আৰু বাহনৰ পঞ্জীয়ন প্ৰমাণপত্ৰ ৩ মাহৰ ভিতৰত ডিজিটাইজড নকৰিলে অবৈধ বুলি গণ্য কৰা হ’ব বাহনৰ গৰাকী বা চালকসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। পুৰণি মেনুৱেল কাগজ–আধাৰিত লাইচেন্স আৰু পঞ্জীয়ন প্ৰমাণপত্ৰ (RC) ডিজিটাইজড কৰিব লাগিব। আৰু ইয়াৰ বাবে আপোনাৰ হাতত আছে মাত্ৰ ৩ মাহৰ

নগাঁৱৰ বিশিষ্ট সমাজসেৱক মুকুট ভূঞাৰ পৰলোক…

নগাঁৱৰ বিশিষ্ট সমাজসেৱক মুকুট ভূঞাৰ পৰলোক…

জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু মুকুট চন্দ্ৰ ভূঞাৰ। নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে মুকুট ভূঞাই। শংকৰ সংঘৰ প্ৰতিষ্ঠাপক সভাপতি লোকসেৱক হলধৰ ভূঞাৰ পুত্ৰ মুকুট ভূঞা। মুকুট ভূঞাৰ মৃত্যুত নগাঁৱত গভীৰ শোকৰ ছাঁ।