বেইজিং অলিম্পিকত ইতিহাস সৃষ্টিৰে জেভলিন নিক্ষেপ কৰি স্বৰ্ণ পদক আজুৰি অনা নীৰজ চোপ্রাই পুনৰ উজ্জ্বলি উঠিল হাংগেৰীৰ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত। হাংগেৰীৰ বুডাপেষ্টত অনুষ্ঠিত হোৱা চেম্পিয়নশ্বিপত স্বৰ্ণপদক দখলৰ লগতে একাধিক পদক লাভ কৰি জেভলিন থ্ৰ’ৱাৰ নীৰজে প্রথম ভাৰতীয় খেলুৱৈ হোৱাৰ খিতাপ অৰ্জন কৰি পুনৰ ভাৰতবাসীক গৌৰবান্বিত কৰে ৷ চেম্পিয়নশ্বিপত ৮৮.১৭ মিটাৰ
Month: August 2023
ঢকুৱাখনা ৰাজহ চক্ৰৰ অন্তৰ্গত মাতমৰা আৰু পূব ঢকুৱাখনা পঞ্চায়ত দুখনৰ কৃষিভূমি ব্ৰহ্মপুত্ৰৰ বানে প্লাৱিত কৰাৰ লগতে বহু লোকৰ ঘৰ-দুৱাৰ বানত বুৰ যোৱাত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে ৷ ঢকুৱাখনা মাজুলীৰ সুৰক্ষাকৱচ চিচি-টেকেলীফুটা মথাউৰিৰ বাহিৰত ব্ৰহ্মপুত্ৰ নদীৰ কাষে কাষে বসবাস কৰা বাঘচুুক, টুৰিবাৰী ইন্দুৰমুখ, বাহিৰ বান্দেনা, যোগীসুঁতি আদি কেইবাখনো গাঁৱৰ ৰাইজ বানৰ
দেশৰ শাসকীয় বিজেপি নেতৃত্বাধীন এনডিএ মিত্ৰজোঁটৰ বিৰুদ্ধে ২৬টা বিৰোধী দলে ‘ইণ্ডিয়া’ মিত্ৰজোঁট গঠন কৰিছে৷ ৩১ আগষ্ট আৰু ১ছেপ্টেম্বৰত মুম্বাইত এই মিত্ৰজোঁটৰ দুদিনীয়া বৈঠক অনুষ্ঠিত হ’ব৷ তাতেই সমন্বয়ক আৰু আন আন কমিটী গঠন কৰাৰ সন্দৰ্ভত সিদ্ধান্ত লোৱা হ’ব৷ কিন্তু বিৰোধী দলৰ মিত্ৰজোঁটে কেতবোৰ গুৰুত্বপূৰ্ণ সমস্যাৰ সন্মুখীন হোৱাৰ দিশে আগবাঢ়িছে৷ কাৰণ মিত্ৰজোঁটৰ
মাৰ্ঘেৰিটাৰ এগৰাকী স্কুলীয়া ছাত্ৰী নিৰুদ্দেশ । টিৰাপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশমমান শ্ৰেণীত অধ্যয়নৰত অনিতা মুণ্ডা নামৰ ছাত্ৰীগৰাকী নিৰুদ্দেশ হৈ আছে কিছুদিন ধৰি । সদাশয় লোকে ছাত্ৰীগৰাকীৰ কিবা সম্ভেদ পালে 6003605585 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ তৰফৰ পৰা আহবান জনাইছে ।
নিউজ ব্যুৰ’,নগাঁও,২৮আগষ্ট:–জনপ্ৰিয় অভিনেতা তথা বিশিষ্ট সমাজকৰ্মী গুণ মহন্তৰ পঞ্চম মৃত্যু বাৰ্ষিকীত ৰবিবাৰে বিশিষ্ট লেখিকা তথা সাংবাদিক, “নন্দিনী” আলোচনীৰ সম্পাদক মাইনী মহন্তক গুণ মহন্ত বঁটা প্ৰদান কৰা হয় । নগাঁৱৰ অন্যতম বৈষ্ণৱ আদৰ্শৰ সত্ৰীয়া অনুষ্ঠান পূৰ্ণমূৰ্ত্তি শ্ৰীমন্ত গোপালদেৱ কলাক্ষেত্ৰৰ উদ্যোগত নগাঁও জিলাৰ ফৌজদাৰীপট্টিস্থিত প্ৰয়াত অভিনেতাগৰাকীৰ নিজা বাসগৃহত আয়োজিত শ্ৰদ্ধাঞ্জলি