Month: August 2023

Teaser of Zack Snyder’s ‘Rebel Moon’ out

Teaser of Zack Snyder’s ‘Rebel Moon’ out

And the wait is over. The teaser of filmmaker Zack Snyder’s sci-fi epic Rebel Moon’s first part titled ‘A Child of Fire’ has been unveiled. The space movie stars Sofia Boutella as Kora, a mysterious woman who helps organize the peaceful residents of a planet to fight back against an

চিলাপথাৰত বানত বিধ্বস্ত ৩০ খনৰো অধিক গাঁও

চিলাপথাৰত বানত বিধ্বস্ত ৩০ খনৰো অধিক গাঁও

ৰাজ্যত মূষলধাৰ বৰষুণৰ বাবে ধেমাজিৰ চিলাপথাৰৰ কেইবাটাও অঞ্চল বানৰ কবলত পৰিছে। ৩০ খনতকৈয়ো অধিক গাঁও বানত বেয়াকৈ বিধ্বস্ত হৈছে। গাই নৈ আৰু বেওৰা নৈৰ বানৰ কবলত বিধ্বস্ত হৈছে আমগুৰি গাঁও পঞ্চায়তৰ বহুকেইখন গাঁও। গাইনৈয়ে গতি সলাই আমগুৰি পঞ্চায়তৰ মাজেৰে গতি কৰাত গাইনৈৰ বাঢ়নী পানীয়ে পঞ্চায়তটোৰ গড়মৰা, ৰহঢলা, গড়মৰা চাপৰি, গড়মৰা

শ্বিলঙত অসমৰ পৰ্যটক আৱৰ্জনাহে ! শ্বিলঙৰ জ্যেষ্ঠ লেখক পেট্ৰিচিয়াৰ অদ্ভুত মন্তব্য়…

শ্বিলঙত অসমৰ পৰ্যটক আৱৰ্জনাহে ! শ্বিলঙৰ জ্যেষ্ঠ লেখক পেট্ৰিচিয়াৰ অদ্ভুত মন্তব্য়…

শ্বিলঙৰ জ্যেষ্ঠ সাংবাদিক লেখক পেট্ৰিচিয়া মুখিমে অসমৰ পৰা যোৱা পৰ্যটকে শ্বিলং-মেঘালয় লেতেৰা কৰে বুলি কোৱা কথাষাৰ ব্যাপক চৰ্চিত হৈছে। তেখেতৰ বক্তব্য অনুসৰি অসমৰ পৰা যোৱা পৰ্যটকে ঘৰৰ পৰাই মেগী লৈ গৈ তাত খাই আৰু মেঘালয়ৰ পৰা একো নিকিনে, অসমৰ পৰ্যটকে যানজঁটৰ সৃষ্টি কৰি পৰিৱেশ লেতেৰা কৰে বুলিও বিষোদগাৰ কৰে।

পৰৱৰ্তী সময়ত মংগল আৰু শুক্ৰ গ্ৰহত হ’ব সফল অৱতৰণঃ ইছৰোৰ অধ্যক্ষ

পৰৱৰ্তী সময়ত মংগল আৰু শুক্ৰ গ্ৰহত হ’ব সফল অৱতৰণঃ ইছৰোৰ অধ্যক্ষ

২৩ আগষ্ট,২০২৩ ভাৰতৰ বাবে এক বিশেষ দিন। এই দিনটোতেই ভাৰতে প্ৰেৰণ কৰা চন্দ্ৰযান-৩ৰ সফল অৱতৰণ হয় চন্দ্ৰপৃষ্ঠত। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ইছৰো) মুৰব্বী এছ. সোমনাথে চন্দ্ৰযান-৩ৰ সফলতাত আনন্দ প্ৰকাশ কৰে আৰু বিজ্ঞানীসকলক কৃতিত্ব দিয়ে। ইছৰোৰ মুৰব্বীগৰাকীয়ে কয় যে আগন্তুক সময়ত ইছৰোৰ মহাকাশযানে মংগল গ্ৰহটো অৱতৰণ কৰিব। ইছৰোৰ মুৰব্বীয়ে কয় যে