অসমত নাথাকে আৰু মহকুমা ৷ মহকুমাৰ বিলুপ্তিৰ বিপৰীতে আত্মপ্ৰকাশ ঘটিব উপজিলাৰ৷ মুখ্যমন্ত্ৰীয়ে খানাপাৰাৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ ভাষণত ঘোষণা কৰিলে এই কথা ৷ ইফালে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে বিলুপ্ত হোৱা চাৰি জিলা পুনৰ ঘূৰাই পোৱাত অতি কমেও লাগিব আৰু দুমাহ ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে অসমৰ চাৰিখন জিলা বিলুপ্ত হৈছিল বিগত
Month: August 2023
স্বাধীনতা দিৱসৰ (77th Independence Day) দিনাই টেট শিক্ষক (TET teachers) আৰু ঠিকাভিত্তিক শিক্ষকৰ বাবে বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarma)। সৰ্বশিক্ষা মিছনৰ অধীনত কৰ্মৰত আৰু ষ্টেট পুলৰ অধীনত কৰ্মৰত শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ কৰা হ’ব আৰু হাইস্কুলত কৰ্মৰত ঠিকাভিত্তিক শিক্ষকৰ চাকৰি স্থায়ী হ’ব বুলি ঘোষণা কৰিছে
মন্ত্ৰী পীযুষ হাজৰীকাই আজি নগাঁও সদৰ সমষ্টিত ২০২২-২৩ বৰ্ষৰ SOPD-G আঁচনিৰ অধীনত নিৰ্মাণ হ’বলগীয়া ‘দুটা লেনযুক্ত নগাঁও হেলিপ’ৰ্ট সংযোগী পথ’ নিৰ্মাৰ কামৰ শুভাৰম্ভ কৰে। এই কাৰ্যসূচীত বিধায়ক ৰূপক শৰ্মা আৰু শশী কান্ত দাসৰ লগতে জিলা বিজেপিৰ সভাপতি অভিজিৎ নাথ আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।
লেখক:: দিলীপ কুমাৰ ৰয় ============================ ভাৰতবৰ্ষত বিশেষকৈ দুটা দিনত ৰাষ্ট্ৰীয় পতাকা উত্তোলন/ উন্মোচন কৰা হয় । সেই বিশেষ দিন দুটা হ’ল ১৫ আগষ্টৰ স্বাধীনতা দিৱস আৰু ২৬ জানুৱাৰীৰ গণতন্ত্ৰ বা প্ৰজাতন্ত্ৰ দিৱস । প্ৰথমটোক ইংৰাজীত Independence Day আৰু দ্বিতীয়টোক Republic Day বুলি কোৱা হয় । দুয়োটা দিনতে ৰাষ্ট্ৰীয় পতাকা যদিও
৭৭ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে অসম চৰকাৰৰ তৰফৰ পৰা সংকটজনক পৰিস্থিতিত আগবঢ়োৱা সেৱাৰ বাবে ‘মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা পদক’ আৰু উৎকৃষ্ট সেৱাৰ বাবে মুখ্যমন্ত্ৰীৰ আৰক্ষী পদক ঘোষণা কৰা হৈছে। অসম আৰক্ষীৰ কোনকেইগৰাকী বিষয়া এই পদকৰ বাবে বাছনি হৈছে তলত সৱিশেষ উল্লেখ কৰা হ’ল- 🔘 সংকটজনক পৰিস্থিতিত আগবঢ়োৱা সেৱাৰ বাবে মুখ্যমন্ত্ৰীৰ বিশেষ