ৰাখী বন্ধনৰ (Raksha Bandhan) দিনটোত চন্দ্ৰৰ এক আশ্চৰ্যজনক দৃশ্য আকাশত দেখা পোৱা যাব। অহা ৩০ আগষ্টত, পূৰ্ণিমা তিথিত বিশ্ববাসীয়ে ব্লু মুনৰ (Super Blue Moon) অসাধাৰণ দৃশ্যটো উপভোগ কৰিব পাৰিব। ই দুটা পৰিঘটনাৰ সমন্বয়ৰ পৰা উদ্ভৱ হ’ব। ইয়াক নীলা চন্দ্ৰ বা চুপাৰ ব্লু মুন বুলি কোৱা হৈছে। চন্দ্ৰই (Moon) পৃথিৱীৰ নিকটতম
Month: August 2023
চন্দ্ৰপৃষ্ঠত প্ৰজ্ঞানে বিচাৰি পালে অক্সিজেন। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই আজি টুইটযোগে এই কথা ৰাজহুৱা কৰিছে। সংস্থাটোৱে মঙলবাৰে কয় যে প্ৰজ্ঞান ৰ’ভাৰৰ লেজাৰ-প্ৰেৰিত ব্ৰেকডাউন স্পেকট্ৰোস্কোপে প্ৰথমবাৰৰ বাবে চন্দ্ৰৰ দক্ষিণ মেৰুৰ ভূমিত ছালফাৰ(S)ৰ উপস্থিতি নিশ্চিত কৰিছে ইছৰোৱে প্ৰকাশ কৰে যে আশা কৰা অনুসৰি চন্দ্ৰত এলুমিনিয়াম (Al), কেলচিয়াম(Ca), লো (Fe), ক্ৰমিয়াম(Cr), টাইটেনিয়াম(Ti), মেংগানিজ(Mn),
ৰাখীবন্ধন উৎসৱ (Rakhi festival 2023) এইবাৰ দুদিনীয়াকৈ উদযাপন কৰা হ’ব। ৩০ আগষ্ট এই দিৱস আৰম্ভ হ’ব আৰু ভদ্ৰ কালৰ বাবে ৩১ আগষ্টতও ৰাখীবন্ধনৰ ৰীতি-নীতিও (Raksha Bandhan Rituals) পালন কৰিব পাৰিব। ভাতৃ-ভগ্নীসকলৰ বাবে ৰাখীবন্ধন এক গুৰুত্বপূৰ্ণ উৎসৱ। এই দিনটোত ভগ্নীসকলে প্ৰেমৰ প্ৰতীক হিচাপে নিজ ভাতৃসকলৰ হাতত ৰাখী তথা পবিত্ৰ সূতা বান্ধে।
ৰাখী বন্ধনত ভগ্নীক ব্যক্তিগতকৃত ফটো ফ্ৰেম হিচাপে দিব পাৰে। পুৰণি স্মৃতি সজীৱ কৰি আপুনি ভগ্নী তথা আপোনালোক দুয়োৰে এখন ফটো ফ্ৰেম কৰাই উপহাৰ দিব পাৰিব। এই উত্সৱত ৰাখী থালি আটাইতকৈ গুৰুত্বপূৰ্ণ অংশবোৰৰ ভিতৰত এটা। ভগ্নীসকলে ৰাকী থালি সজাব লাগে আৰু ইয়াত সকলো অত্যাৱশ্যকীয় পূজা সামগ্ৰী ৰাখিব লাগে। ইই সামগ্ৰীবোৰৰ বিষয়ে
দেশবাসীলৈ প্ৰধানমন্ত্ৰীৰ ৰাখী বন্ধনৰ বিশেষ উপহাৰ। হ্ৰাস পালে প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ দাম। ২০০ টকা হ্ৰাসৰ সিদ্ধান্ত কেন্দ্ৰীয় কেবিনেটত। সংবাদমেলত ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰৰ।