Month: August 2023

কাজিৰঙা-যোৰহাট-দুলীয়াজানৰ মাজত নতুন দিগন্তৰ সূচনা কৰি চলিল দেশৰ প্ৰথমখন ‘পানীৰে চলা বাছ

কাজিৰঙা-যোৰহাট-দুলীয়াজানৰ মাজত নতুন দিগন্তৰ সূচনা কৰি চলিল দেশৰ প্ৰথমখন ‘পানীৰে চলা বাছ

দেশৰ প্ৰথমখন ‘গ্ৰীণ হাইড্ৰজেন’ চালিত যাত্ৰীবাহী বাছৰ ‘টেষ্ট ড্ৰাইভ’ আৰম্ভ হ’ল যোৰহাটত। দেশৰ প্ৰথমখন ‘গ্ৰীণ হাইড্ৰজেন’ চালিত যাত্ৰীবাহী বাছৰ ‘টেষ্ট ড্ৰাইভ’ বৃহস্পতিবাৰে আৰম্ভ হয় যোৰহাটত । অইল ইণ্ডিয়া লিমিটেডৰ গৱেষণাৰ অন্তত সাজু হৈ উঠিছে প্ৰদূষণ মুক্ত এই হাইড্ৰজেন চালিত বাছখন । যান-বাহনৰ ক্ষেত্ৰত ভৱিষ্যতৰ পৃথিৱীত এখোজ হাইড্ৰজেন চালিত এই যাত্ৰীবাহী

১১ আগষ্টৰ পৰা নিশাৰ ভাগত নচলে গুৱাহাটী- উত্তৰ গুৱাহাটী ফেৰী সেৱা

১১ আগষ্টৰ পৰা নিশাৰ ভাগত নচলে গুৱাহাটী- উত্তৰ গুৱাহাটী ফেৰী সেৱা

আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা আজিৰে (১১ আগষ্ট) পৰা নিশাৰ ভাগত নচলে গুৱাহাটী- উত্তৰ গুৱাহাটী ফেৰী সেৱা সন্ধিয়া ৬.৩০ বজাৰ পিছত বন্ধ হ’ব ফেৰীসেৱা ব্রহ্মপুত্রৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ বাবে এই সিদ্ধান্ত

মেঘালয়ৰ সোণাপুৰত পুনৰ ভূমিস্খলন…

মেঘালয়ৰ সোণাপুৰত পুনৰ ভূমিস্খলন…

সোণাপুৰৰ সুৰংগৰ সন্মুখত একাঁঠু পৰ্যন্ত পানী। ধাৰাষাৰ বৰষুণৰ বাবে খহিছে পাহাৰৰ মাটি। ভূমিস্খলনৰ বাবে সোমবাৰে পুৱাৰে পৰা ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহন চলাচলত বাধা। পাহাৰৰ মাটিৰ লগতে প্ৰকাণ্ড শিল খহি বন্ধ বৰাক-গুৱাহাটী সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ।

ৰাহুল গান্ধীক বিয়া কৰাবলৈ সাজু শাৰ্লিন চোপ্ৰা! কিন্তু ‘এই’ চৰ্তত

ৰাহুল গান্ধীক বিয়া কৰাবলৈ সাজু শাৰ্লিন চোপ্ৰা! কিন্তু ‘এই’ চৰ্তত

অভিনেত্ৰী শাৰ্লিন চোপ্ৰা (Sherlyn Chopra) স্ক্ৰীণতে হওক বা নিজৰ মন্তব্যতে হওক সদায় সাহসী। যাক লৈ সততে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰে। এইবাৰ পুনৰ চৰ্চালৈ আহিছে এইগৰাকী অভিনেত্ৰী। প্ৰাক্তন ‘বিগ বছ ১৩’ৰ প্ৰতিযোগীগৰাকীক যেতিয়া ধেমালিতে সোধা হৈছিল যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ (Rahul Gandhi) সৈতে বিবাহপাশত আবদ্ধ হ’ব নেকি, ইয়াৰ উত্তৰত

যোৰহাট প্লেনেটৰিয়াম আৰু বিজ্ঞান কেন্দ্ৰৰ কিউৰেটৰ তথা জনপ্ৰিয় বিজ্ঞান প্ৰচাৰক ডঃ প্ৰণৱজ্যোতি চেতিয়া আৰু নাই …

যোৰহাট প্লেনেটৰিয়াম আৰু বিজ্ঞান কেন্দ্ৰৰ কিউৰেটৰ তথা জনপ্ৰিয় বিজ্ঞান প্ৰচাৰক ডঃ প্ৰণৱজ্যোতি চেতিয়া আৰু নাই …

যোৰহাট প্লেনেটৰিয়াম আৰু বিজ্ঞান কেন্দ্ৰৰ কিউৰেটৰ ডঃ প্ৰণৱজ্যোতি চেতিয়াৰ মৃত্যু । বৃহস্পতিবাৰে নিশা হঠাৎ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয় জনপ্ৰিয় ব্যক্তিগৰাকীৰ। বৃহস্পতিবাৰে নিশা হঠাৎ গা বেয়া লগাত নিজে চিকিৎসালয়লৈ আহি ৰক্তচাপ পৰীক্ষা কৰাৰ সময়তে চিকিৎসালয়ত মৃত্যু হয় সৰবৰহী ব্যক্তিগৰাকীৰ । সমাজত বিজ্ঞানক জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ বাবে