নৱনিৰ্মিত মালিগাঁও উৰণসেতুত স্থাপন কৰা লোকনিৰ্মাণ বিভাগৰ ফলকত বানান বিভ্ৰাট। পানবজাৰ, মালি গাঁও, উৰণ সেতু পৰিৱৰ্তে হ’ব লাগে ক্ৰমে পাণবজাৰ, মালিগাঁও আৰু উৰণসেতু।
Month: August 2023
নিৰ্মাণ সম্পূৰ্ণ উঠিছে মালিগাঁও উৰণ সেতুৰ। দীৰ্ঘ প্ৰতিক্ষাৰ অন্তত মুকলি হোৱাৰ পথত উৰণ সেতুখন ৷ কাইলৈ অৰ্থাৎ 30 আগষ্টত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উৰণ সেতুখন মুকলি কৰিব ৷ সন্ধিয়া 5 বজাত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীয়ে উৰণ সেতুখন মুকলি কৰিব ৷ উল্লেখ্য যে 2021 চনত মালিগাঁও উৰণ সেতুখনৰ নিৰ্মাণ কাৰ্য
▶️ দাম কমিল ৰন্ধন গেছৰ▶️ প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰত ২০০ টকা হ্ৰাস▶️ উজ্বালা আঁচনিৰ চিলিণ্ডাৰত ৪০০ টকা হ্ৰাস
ভিনিহিয়েকৰ ঘৰত ফুৰিব আহি খুলশালিয়ে চুৰি কৰি লৈ গ’ল স্কুটি। উল্লেখ্য যে বিশ্বনাথৰ কুচগাঁও নিবাসি তথা বিশ্বনাথ নগৰৰ পাৰ্বতি দাহাল ফাৰ্ণিচাৰৰ স্বতাধিকাৰী ৰাজকুমাৰ দাহাল নামৰ লোক জনৰ ঘৰত সংঘটিত হৈছে এই ঘটনা। কিছুদিন পূৰ্বে কলিয়াবৰৰ পৰা সম্পৰ্কীয় খুলখালি অংকুৰ উপাধ্যায় নামৰ যুৱকজন ফুৰিবলৈ আহিছিল ৰাজকুমাৰৰ ঘৰলৈ। সন্ধ্যা সময়ত ৰাজকুমাৰ দাহালৰ
সোমবাৰে কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাই এক অনুষ্ঠানৰ আয়োজন কৰিছিল। এই অনুষ্ঠানত উপস্থিত আছিল কণ্ঠশিল্পী জুবিন গাৰ্গ। অনুষ্ঠানত শিল্পীগৰাকীয়ে এক প্ৰশ্নোত্তৰত অসম জাতীয় পৰিষদ দলটোৰ সন্দৰ্ভত এক মন্তব্য কৰিছিল। জুবিন গাৰ্গে দলটোৰ প্ৰতি কৰা বিৰূপ মন্তব্য সন্দৰ্ভত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সম্পাদক ৰাজু ফুকনে তীব্ৰ গৰিহণা দিয়ে। মঙলবাৰে গোলাঘাটত তেওঁ