যদি আপুনি শৰীৰত দুৰ্বল অনুভৱ কৰি আছে তেনেহ’লে আপুনি গাখীৰ আৰু কিচমিছক (Milk with Raisins Benefits) মিহলাই খাব পাৰে, ই বহুতো গুৰুতৰ ৰোগ প্ৰতিৰোধ কৰিব পাৰে। ইয়াৰ বাহিৰেও তেজৰ অভাৱ আৰু কোষ্ঠকাঠিন্যৰ সমস্যাত ভুগি আছে যদি তেন্তে নিশ্চিতভাৱে কিচমিছ খাওক। ইয়াক গৰম গাখীৰৰ সৈতে মিহলি কৰি খালে বহুতো লাভালাভ পাব
Month: August 2023
প্ৰায়ে দেখা যায় যে যেতিয়াই আমি আমাৰ প্ৰিয় পাৰফিউম (Perfume) প্ৰয়োগ কৰোঁ কিন্তু ইয়াৰ প্ৰভাৱ বেছি সময়লৈ নাথাকে আৰু কম সময়ৰ ভিতৰতে সুগোন্ধ নাইকিয়া হ’বলৈ আৰম্ভ কৰে, এনে পৰিস্থিতিত যথেষ্ট হতাশা হয়, কিন্তু আমি একো কৰিব নোৱাৰো। আটাইতকৈ বেছি নিৰাশা তেতিয়া হয় যেতিয়া আমি আমাৰ সংগীৰ ওচৰলৈ প্ৰেম প্ৰকাশ কৰিবলৈ
ক্ৰিকেটৰ লগতে মহেন্দ্ৰ সিং ধোনিৰ যে চিনেমাৰ প্ৰতিও অনুৰাগ আছে সেই কথা অজানা নহয়৷ চিনেমাৰ প্ৰতি থকা আগ্ৰহৰ বাবেই ‘ধোনি এণ্টাৰটেইনমেণ্ট’ নামেৰে চিনেমাৰ প্ৰযোজনা প্ৰতিষ্ঠান এটা খুলিছিল বিশ্বকাপজয়ী ভাৰতীয় অধিনায়কজনে৷ সেই প্ৰতিষ্ঠানটোৰ বেনাৰত মুক্তি পোৱা প্ৰথমখন ছবি ‘লেটছ গেট মেৰিড’ৰ প্ৰচাৰ অনুষ্ঠানত ধোনিৰ পত্নী সাক্ষীয়ে যি কৈছিল তাতেই ক্ৰিকেটাৰজনৰ অনুৰাগীসকল
ব্যস্ততাপূৰ্ণ জীৱনত কামৰ ভাৰ বেছি হ’লে আৰু পৰ্যাপ্ত বিশ্রাম নোপোৱাৰ ফলত মানুহে বেছিকৈ ভাগৰ অনুভৱ কৰিবলৈ লয়। আপুনিও যদি সামান্য পৰিশ্ৰম কৰিলেই অতিশয় ভাগৰুৱা হৈ পৰে, তেন্তে নিম্নোক্ত যোগাসন নিয়মিতভাৱে কৰিলে উপযুক্ত ফল লাভ কৰিব পাৰিব। এই আসনৰ নাম হ’ল শৱাসন। এই আসনত আপুনি কৰিবলগীয়া বিশেষ নাথাকে। একেবাৰে স্বাভাৱিক আৰু
পৰিশ্ৰম আৰু অধ্যাৱসায় থাকিলে কোনো কামেই অসম্ভৱ হ’ব নোৱাৰে৷ পৰিশ্ৰমৰ জৰিয়তে সকলোৱে টকা-পইচা উপাৰ্জন কৰিব পাৰে৷ কিন্তু ধনী হোৱাটো সহজ নহয়৷ ধনী হ’বলৈ হ’লে বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব লগা হয়৷ বহুতে পৰিশ্ৰমৰ জৰিয়তে ভাল উপাৰ্জন কৰে৷ কিন্তু মাহৰ শেষত হাতত তেওঁলোকৰ এপইচাও জমা নাথাকে৷ প্ৰশ্ন হয়, কিয় এনেকুৱা হয়? কিয়