NEEPCOয়ে জাৰি কৰিছে জৰুৰী সতৰ্কবাণী! যিকোনো মুহূৰ্ততে এৰিব পাৰে পানী, গোলাঘাট প্ৰশাসনক সৰ্তকতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান… যিকোনো সময়তে মুকলি কৰি দিব এই জলবিদ্যুৎ প্ৰকল্পৰ পানী। NEEPCOৰ জাননীত আতংকিত হৈ পৰিছে সাধাৰণ জনতা। জাননীত দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী মুকলি সন্দৰ্ভত সতৰ্কবাণী দিছে। এখন জাননী যোগে NEEPCOয়ে প্ৰকাশ কৰিছে এই খবৰ।
Month: August 2023
🔵বোকাজানৰ খটখতিত ৩ কোটি টকাৰ ড্ৰাগছসহ আৰক্ষীৰ জালত ২ সৰবৰাহকাৰী🔵৪৫টা চাবোনৰ বাকচৰ পৰা জব্দ ৫৬৬ গ্ৰাম হেৰ’ইন🔵সেনাপতি জিলাৰ চিভি’ক জন থ্রো আৰু ৰাপু এলিয়া নামৰ দুটা সৰবৰাহকাৰীক আটক কৰি জেৰা অব্যাহত
🔴যোৰহাটৰ ৰাজপথত উদ্ধাৰ বিশ্বনাথৰ অপহৃত ছাত্ৰী🔴স্কুললৈ গৈ থকা পথত ৪জন যুৱকে অপহৰণ কৰিছিল ছাত্ৰীগৰাকীক🔴এখন গাড়ীত বলপূৰ্বকভাৱে লৈ গৈছিল যুৱতীগৰাকীক🔴ছাত্ৰীগৰাকীৰ ভাষ্য অনুসৰি বলপূৰ্বকভাৱে অপহৰকাৰীয়ে দিছিল বেজী
মহানগৰীৰ গড়চুক অঞ্চলত এগৰাকী ১৬ বছৰীয়া কিশোৰীক পিতৃ-মাতৃৰ সন্মুখত নৃশংসভাৱে দলবদ্ধ ধৰ্ষণ আৰু নিৰ্যাতন চলোৱাৰ খবৰ পোৱাৰ লগে লগে দেওবাৰে পুনৰ গুৱাহাটীত গণধৰ্ষণৰ এক জঘন্য ঘটনা পোহৰলৈ আহিছে। খবৰ অনুসৰি যোৱা ২ আগষ্টত সংঘটিত হৈছিল এই জঘন্য ঘটনা। চাৰিজনীয়া এটা দলে ১৬ বছৰীয়া কিশোৰীগৰাকীক পিতৃ-মাতৃৰ সন্মুখত ড্ৰাগছ সেৱন কৰাৰ পিছত
২ আগষ্টৰ পৰা ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈ আছে কিশোৰী তিনিগৰাকী কিশোৰীকেইগৰাকীৰ সন্ধান পালে 9101759912, 9678404897 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান আৰক্ষীৰ