ভগৱান শিৱৰ সাধনা কৰিলে-ভক্তসকলৰ সকলো ধৰণৰ দুখৰ পৰা মুক্তি পোৱা যায়।লগতে-সকলো ফালৰ পৰা বিজয় প্ৰাপ্ত হয়।মান্যতা অনুসাৰে-ভগৱান শিৱৰ সাধকসকলৰ কেতিয়াও পৰাজয় নহয়।( Religious Studies)
*ভগৱান শিৱৰ পূজা কৰিলে-কোনো ধৰণৰ ৰোগ নাথাকে।শিৱ ভক্তসকল-তেওঁৰ কৃপাৰ দ্বাৰা ৰোগ মুক্ত থাকে।কাৰণ-তেওঁ বৈদ্যনাথ হয়।
*ভগৱান শিৱৰ পূজাৰ দ্বাৰা-ভক্তসকলৰ আত্মবল বৃদ্ধি হয়।লগতে-অদ্ভুত উৰ্জা,বল,আৰু সাহসৰ অনুভূতি হয়।
*কোৱা হয় যে-ভগৱান শিৱ মৃত্যুঞ্জয়ী হয়।এনেতে-ভগৱান শিৱৰ পূজাৰ দ্বাৰা-কেতিয়াও মৃত্যুলৈ ভয় নাথাকে।মনা হয় যে-মহাদেৱৰ পূজা কৰা সকলৰ কেতিয়াও অকাল মৃত্যু নহয়।
*ভগৱান শিৱৰ পূজাৰ দ্বাৰা-গৃহস্থ জীৱনত অনুকুলতা আহে।আৰু গৃহস্থৰ জীৱন সদায়ে সুখময় হয়।গ্ৰহৰ সমস্যা আৰু গ্ৰহৰ শান্তিৰ বাবে-ভগৱান শিৱৰ পূজা কৰিব লাগে।
*ভগৱান শিৱক কুবেৰৰ অধিপতি মনা হয়।সেইবাবে-মহাদেৱৰ পূজা কৰিলে-আৰ্থিক সমস্যাৰ পৰাও মুক্তি পোৱা যায়।শিৱৰ সাধক সকলৰ-কেতিয়াও আৰ্থিক সমস্যাৰ সন্মুখীন হবলগীয়া নহয়।( Religious Studies)
*যি লোকক দুৰ্ভাগ্যই আৱৰি ৰাখিছে-আৰু বহু ধৰণৰ সমস্যাৰ সন্মুখীন হবলগীয়া হৈছে,সেইসকলে সুখ আৰু সৌভাগ্যৰ প্ৰাপ্তিৰ বাবে-মহাদেৱৰ আৰাধনা কৰিব লাগে।
*কোৱা হয় যে-মহাদেৱৰ ভক্তি শক্ৰ নাশৰ বাবেও উত্তম মনা হয়।যদি কাৰোবাৰ প্ৰতিটো সময়তে কোনো জ্ঞাত-অজ্ঞাতৰ শক্ৰৰ দ্বাৰা বিপদৰ শংকা থাকে-তেন্তে নিয়মিত ভাৱে ভগৱান শিৱৰ আৰাধনা কৰিব লাগে।
*মহাদেৱৰ আৰাধনা কৰিলে-মনোবাঞ্ছিত জীৱনসংগীও পোৱা যায়।
*সন্তান সুখৰ বাবেও-ভগৱান শিৱৰ সাধনা বৰদান স্বৰূপ হয়।