গোলাঘাট: ট্ৰাকত অহা অচিনাক্ত দুৰ্বৃত্তই কাটি থৈ গল এজন যুৱকৰ হাত

0 min read

গোলাঘাটত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। ট্ৰাকত অহা অচিনাক্ত দুৰ্বৃত্তই কাটি থৈ গল এজন যুৱকৰ হাত

🔷 দুৰ্বৃত্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বিপৰীতে পিতৃক কৃত্ৰিম হাত এখনহে লগাই দিবলৈ পৰামৰ্শ আৰক্ষীৰ।

🔷 গোলাঘাট আৰক্ষীৰ দায়িত্বজ্ঞানহীনতাত ক্ষোভ প্ৰকাশ কৰি টুইটযোগে ব্যৱস্থা গ্ৰহণৰ আহ্বান বিধায়ক মৃনাল শইকীয়াৰ।

🔷 মৃণাল শইকীয়াৰ টুইটৰ পিছতে আৰক্ষী সঞ্চালক প্ৰধানক শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।

You May Also Like

More From Author