আজি নাজিৰাৰ নাট্য মন্দিৰৰ সন্মূখত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ নাজিৰা মহকুমা সমিতিয়ে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ ৰূপায়ণ কৰি ছয় জনগোষ্ঠীক শীৰ্ঘ্ৰে জনজাতি কৰণৰ মৰ্যদা প্ৰদান কৰাৰ লগতে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশ লঙ্ঘী মুল্যবৃদ্ধি ৰোধ কৰাৰ দাবী জনায় । প্ৰতিবাদকাৰী সকলে ” টাই আহোমক জনজাতিৰ মৰ্যদা প্ৰদান কৰক , নিত্য
Month: September 2023
■বৰক্ষেত্ৰী সমষ্টিৰ মেৰুৱাট্টাৰী গাঁৱৰ ইনাম আলীৰ ঘৰত চুৰি কাণ্ড সংঘটিত হয়।■ৰাতি প্ৰায় ২/৩ মান বজাত ইনাম আলীৰ লৰা জাহেদুৰ ৰহমানৰ AS14N8461 নম্বৰৰ গ্লেমাৰ বাইক খন চোৰে তলা ভাঙি লৈ যায় যদিও প্ৰায় ৩০ মিটাৰ মান দূৰত আমজাদ আলীৰ ঘৰৰ সন্মুখত পেলাই থৈ যায়।■ৰাতিপুৱা গাৱৰ মানুহে গাড়ীখন পৰি থকা অৱস্থাত প্ৰত্যক্ষ
ছাইনাছ হৈছে নাকৰ সৈতে সম্পৰ্কিত এবিধ ৰোগ, যি এলাৰ্জি, বেক্টেৰিয়াৰ সংক্ৰমণ বা চৰ্দিৰ ফলত হয়। এই সমস্যাটো বেছিভাগ গ্ৰীষ্মকালত ঠাণ্ডা বস্তু খোৱাৰ সময়ত হয়। এই সংক্ৰমণৰ ফলত শ্লেষ্মা বুকুত জমা হ’বলৈ আৰম্ভ কৰে, যাৰ ফলত মূৰত তীব্ৰ বিষ হয়। ছাইনাছৰ ফলত কঁকাল আৰু চকুৰ চাৰিওফালৰ ঠাইবোৰতো বিষ হয়। যদি ইয়াক
নিচামুক্তি কেন্দ্ৰত নগাঁৱৰ যুৱকৰ অস্বাভাৱিক মৃত্যুক লৈ চাঞ্চল্য অব্যাহত আছে। মৃত যুৱকজন নগাঁও চহৰৰ সমীপৱৰ্তী বেঙেনাআটিৰ মনোহৰ আলী। যুৱকজনক ৪ ছেপ্টেম্বৰত বেঙেনাআটি গাওঁৰক্ষী বাহিনী আৰু পৰিয়ালৰ লোকে নগাঁৱৰ মৰিকলং আৰক্ষীৰ সহযোগত গ্ৰাম বিকাশ পৰিষদৰ অধীনস্থ ৰাঙলু নিচামুক্তি কেন্দ্ৰলৈ প্ৰেৰণ কৰিছিল । বৃহস্পতিবাৰে ৰহস্যজনকভাৱে তেজপুৰৰ Global Health Immunisation & population control
মহানগৰীৰ ছেইণ্ট মেৰীজ ইংৰাজী বিদ্যালয়ৰ শিক্ষয়িত্ৰী আভা গোস্বামীৰ আকস্মিক বিয়োগ। তেখেতৰ আকস্মিক বিয়োগত ছেইণ্ট মেৰীজ বিদ্যালয়ৰ শিক্ষাৰ্থী অভিভাৱকৰ লগতে শিক্ষক কৰ্মচাৰী সমাজ আৰু বহু গুণমুগ্ধই শোক প্ৰকাশ কৰিছে; লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে৷ ৰাজ্যখনৰ এগৰাকী কৃতী শিক্ষয়িত্ৰী আছিল আভা গোস্বামী।