গৰমৰ দিনকেইটাত সাধাৰণতে পানী খোৱাৰ পৰিমাণ বৃদ্ধি পায়৷ গৰম বেছিকৈ পৰিলে ফ্ৰীজত ৰখা বা বৰফ দিয়া পানী বেছিকৈ খোৱা হয়৷ ইয়াৰ ফলত তৃষ্ণা দূৰ হয় যদিও স্বাস্থ্যত নেতিবাচক প্ৰভাৱ পৰে৷ স্বাস্থ্য বিশেষজ্ঞৰ মতে মাত্ৰাধিক ঠাণ্ডা পানী খালে বিভিন্ন ধৰণৰ ৰোগত আক্ৰান্ত হোৱাৰ আশংকা বাঢ়ে৷ ⬛ বেছি গৰম পৰিলে ঠাণ্ডা পানী
Month: September 2023
বহুতে শৰীৰ চৰ্চা কৰি ওজন কমায়৷ কিছুমানৰ আকৌ বিপাকহাৰ উন্নত নোহোৱাত শৰীৰ চৰ্চা কৰিলেও অতিৰিক্ত ওজন নকমে৷ ফলত এনেলোকৰ বাবে খাদ্য নিয়ন্ত্ৰণৰ প্ৰয়োজন হয়৷ আন কিছুমানে আকৌ খাদ্য নিয়ন্ত্ৰণ আৰু শৰীৰ চৰ্চা দুয়োটাই কৰে৷ পুষ্টি বিশেষজ্ঞসকলৰ মতে জীৱনশৈলীৰ পৰিৱৰ্তনৰ পাছতো যদি ওজনৰ তাৰতম্য নঘটে, তেন্তে বুজিব লাগিব যে শৰীৰত সমস্যাৰ
গৰুৰ গাখীৰ সৰু-ডাঙৰ সকলোৰে বাবে উপকাৰী৷ অৱশ্যে খাটি গাখীৰ হ’ব লাগিব৷ পিছে খাটি গাখীৰ সকলোতে পোৱা নাযায়৷ আজি কালি অধিক লাভৰ বাবে ব্যৱসায়ীসকলে পানীৰ উপৰি গৰুৰ গাখীৰত ডিটাৰজেণ্ট পাউদাৰ, ফৰ্মেলিন, গ্লুক’জ আদি মিহলোৱা বুলি প্ৰায়েই অভিযোগ শুনা যায়৷ গাখীৰৰ পৰিমাণ, ঘনত্ব আৰু দীৰ্ঘস্থায়িত্ব বৃদ্ধি কৰা বা সোৱাদ অপৰিৱৰ্তিত কৰি ৰখাৰ
নিউজ ব্যুৰ’,নগাঁও,৫ছেপ্টেম্বৰ:–“শিক্ষা দিয়া আৰু শিক্ষা গ্ৰহণ কৰা এক জীৱনযোৰা প্ৰক্ৰিয়া । সু-শিক্ষাৰ জৰিয়তেহে নৱ প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীক সঠিক দিশত আগুৱাই নিব পৰা যাব।”– এই মন্তব্য নগাঁৱৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ মৃদুল কুমাৰ হাজৰিকাৰ। নগাঁও জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ উদ্যোগত অনুষ্ঠিত ৬২সংখ্যক ৰাষ্ট্ৰীয় শিক্ষক দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে
ভাৰতীয় স্প্ৰিণ্টাৰ হিমা দাসক ৰাষ্ট্ৰীয় এণ্টি ড’পিং সংস্থাই (এনএডিএ) ১২ মাহৰ ভিতৰত অস্থায়ীভাৱে নিলম্বিত কৰিছে। হিমা দাসে সৰ্বাধিক দুবছৰলৈকে নিষেধাজ্ঞাৰ সন্মুখীন হ’ব পাৰে বুলি এগৰাকী বিষয়াই প্ৰকাশ কৰিছে। কিন্তু খেলুৱৈগৰাকীয়ে কৰা ভুলৰ মাত্ৰাৰ ওপৰত নিৰ্ভৰ কৰি শাস্তি এবছৰলৈ হ্ৰাস কৰিব পাৰে বুলিও বিষয়াগৰাকীয়ে কয়। নাম প্ৰকাশত অনিচ্ছুক বিষয়াগৰাকীয়ে কয়, “হয়,