বিশ্বকৰ্মা কোন? বিশ্বকৰ্মা পূজাৰ দিনা এই সৰু সৰু কামবোৰ কৰিলে আপোনাৰ ব্যৱসায়ৰ হ’ব জয়জয় ময়ময়। শাস্ত্ৰ মতে সৃষ্টিৰ দেৱতা বিশ্বকৰ্মা ব্ৰহ্মাৰ পুত্ৰ। সমুদ্ৰ মন্থনৰ সময়ত বিশ্বকৰ্মাৰ সৃষ্টি হয়। লগতে বহুজনে আকৌ অগ্নি আৰু বায়ুৰ পুত্ৰ বিশ্বকৰ্মা বুলিও ক’ব বিচাৰে। এইবাৰ বিশ্বকৰ্মা পূজা কেতিয়া? ৩১ ভাদত বিশ্বকৰ্মা পূজা। প্ৰতি বছৰে দুৰ্গা
Month: September 2023
শৰতৰ অন্যতম গুৰুত্বপূৰ্ণ পাৰ্বণ হ’ল গণেশ চতুৰ্থী। এই বছৰ গণেশ চতুৰ্থী পৰিছে আহিন মাহত। ইংৰাজী তাৰিখ অনুসৰি ১৯ ছেপ্টেম্বৰ মঙলবাৰে পালন কৰা হ’ব গণেশ চতুৰ্থী। চতুৰ্থী তিথি অৱশ্যে আৰম্ভ হ’ব তাৰ আগদিনাৰ পৰাই। ১৮ ছেপ্টেম্বৰৰ দুপৰীয়া ১২.৩৯ মিনিটত আৰম্ভ হ’ব চতুৰ্থী। চতুৰ্থী তিথি থাকিব পিছদিনা অৰ্থাৎ ১৯ ছেপ্টেম্বৰৰ দুপৰীয়া ১.৪৩
কিছুমান ভেষজ উপাদানে স্বাস্থ্যৰ উপকাৰ কৰে৷ এনে এবিধ ভেষজ হৈছে চিৰতা৷ বহুতেই চিৰতাৰ নাম শুনিলেই বিৰক্তিবোধ কৰে৷ চিৰতাৰ সোৱাদ অতি তিতা৷ পিছে জানি আচৰিত হ’ব যে চিৰতাই বিভিন্ন শাৰীৰিক সমস্যাত মহৌষধৰ কাম কৰে৷ চিৰতাই ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়৷ তদুপৰি দেহৰ অতিৰিক্ত মেদ কমোৱাত সহায় কৰাৰ লগতে ডায়েবেটিছ নিয়ন্ত্ৰণ, জ্বৰ আৰু
ডিমৰু ফল প্ৰায়ভাগৰেই পৰিচিত৷ পিছে ডিমৰুত থকা ঔষধি গুণৰ বিষয়ে বহুতেই নাজানে৷ লক্ষ্ণৌৰ প্ৰখ্যাত আয়ুৰ্বেদাচাৰ্য ডাঃ জীতেন্দ্ৰ শৰ্মাৰ মতে ডিমৰু স্বাস্থ্যৰ বাবে উপকাৰী৷ ৰাতি একাপ পানীত এটা বা দুটা শুকান ডিমৰু তিয়াই থৈ পিছদিনা পুৱা সেই পানী শুদা পেটত খালে উপকাৰ পোৱা যায়৷ ডিমৰু পানীৰ সৈতে আখৰোট বা বাদামো খাব
ডিজেল চালিত গাড়ীত এতিয়াই কেন্দ্ৰীয় চৰকাৰে বিক্ৰীকৰ বা প্ৰদূষণ কৰ হিচাপে ১০ শতাংশ কৰ আৰোপ কৰা নাই বুলি স্পষ্ট কৰি দিছে কেন্দ্ৰীয় পথ আৰু পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰিয়ে৷ অৱশ্যে অত্যধিক ডিজেল গাড়ী আৰু জেনেৰেটৰ বিক্ৰী হ’লে ভৱিষ্যতে চৰকাৰে তেনে সিদ্ধান্ত ল’বলৈ বাধ্য হ’ব বুলি গাডকাৰিয়ে মন্তব্য কৰিছে৷ এই সকীয়নি দি