নিউজ ব্যুৰ’,নগাঁও,৯ছেপ্টেম্বৰ:–বিশ্ববৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ জীৱন আৰু কৃতিৰ চৰ্চা কেৱল আনুষ্ঠানিক বক্তৃতা প্ৰদানৰ দিনতীয়া স্মৃতিচাৰণতে সীমিত কৰি নাৰাখি তাক দেশে-বিদেশে স্থায়ী ৰূপত প্ৰসাৰিত কৰাৰ মানসেৰে “চিত্ৰাচল পাব্লিকেশ্যন”ৰ হৈ মৃণাল শৰ্মাৰ দ্বাৰা প্ৰকাশিত আৰু ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক উৎপল মেনাৰ দ্বাৰা সম্পাদিত ভূপেন হাজৰিকা-চৰ্চাৰ এলানি গ্ৰন্থৰ তৃতীয়টি খণ্ড শুক্ৰবাৰে (৮ ছেপ্টেম্বৰ)
Month: September 2023
নিউজ ব্যুৰ’,নগাঁও,৯ছেপ্টেম্বৰ:–নগাঁও-মৰিগাঁও জিলাৰ সীমান্তৱৰ্তী জাজৰিৰ উদয়ন মইনা পাৰিজাতৰ ২৪সংখ্যক বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী উপলক্ষে উত্তৰ জাজৰি পুথিভঁড়াল আৰু উদয়ন যুৱক সংঘৰ উদ্যোগত শনিবাৰে দিনযোৰা কাৰ্যসূচীৰে শিশু সমাৰোহ অনুষ্ঠিত হয় । এই উপলক্ষে উত্তৰ জাজৰি প্ৰাথমিক বিদ্যালয় প্ৰাংগণত আয়োজিত শিশু সমাৰোহত পুৱা চিত্ৰাংকন কুইজ আৰু
এটা-দুটা নহয়, মুঠ চাৰিটাকৈ হত্যাকাণ্ডৰ ঘটনাই কঁপাই গৈছে ডিব্ৰুগড়ৰ লগতে সমগ্ৰ ৰাজ্য। ডিব্ৰুগড়ত সংঘটিত হৈছে ইটোৰ পাছত সিটো হত্যাকাণ্ড। একেদিনাই চাৰিটাকৈ হত্যাকাণ্ডাই জোকাৰি গৈছে ডিব্ৰুগড়। আইন-শৃংখলাৰ যেন চৰম অৱনতি ঘটিছে ডিব্ৰুগড়ত। কেবল যান-বাহনৰ ফাইন কটাতেই ব্যস্ত থকা ডিব্ৰুগড় আৰক্ষীৰ অকৰ্মণ্যতাৰ সুযোগ গ্ৰহণ কৰি আজি একেদিনাই চাৰিটাকৈ হত্যাকাণ্ডাই জোকাৰি গ’ল ডিব্ৰুগড়ক।
এজন বাস্তৱ জীৱনৰ জোৱান: যি শ্বাহৰুখ খানৰ জাৱানৰ অংশ, এৰিছিল সেনাৰ চাকৰি, ছলমান খানৰ বাবে হ’ল অভিনেতা
ছাংগাই শ্বেলট্ৰিম কোন? জাৱানত এজন আৰক্ষী বিষয়া জুজুৰ চৰিত্ৰত অভিনয় কৰিছে ছাংগাই শ্বেলট্ৰিমে। ছবিখনৰ প্ৰাৰম্ভিক মুহূৰ্তত তেওঁৰ চৰিত্ৰটোৱে শ্বাহৰুখৰ বিৰোধী নায়কৰ সন্মুখীন হয় আৰু যুঁজৰ দৃশ্যতো নায়কৰ বিৰুদ্ধে খোজ দিয়ে। ছাংগাইৰ বিষয়ে আমোদজনক কথাটো হ’ল যে জৱানৰ অভিনেতা-অভিনেত্ৰীসকলৰ ভিতৰত – সৈনিকৰ ওপৰত নিৰ্মিত ছবি – তেওঁৱেই একমাত্ৰ যাৰ বাস্তৱ জীৱনৰ
দুদিনমান পূৰ্বে নিশা বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ২ বজাত গোঁসাই গাওঁৰ আৰক্ষীৰ সহযোগত কোকৰাঝাৰ জিলাৰ চৌওতাৰা এখন ভিতৰুৱা গাঁৱৰ পৰা খেদি খেদি আটক কৰে আখিৰুল ইছলাম নামৰ দুৰ্বৃত্তক । ২৫ মে ত বিলাসীপাৰা চহৰত ৮ নং ৱাৰ্ডস্থিত ভৈৰৱগঞ্জত প্ৰতিষ্ঠিত ব্যৱসায়ী বাছেৰ আলীক শূন্য দূৰত্বৰ পৰা গুলিয়াই