এতিয়াৰে পৰা দিছপুৰৰ অনুমতি অবিহনে কৰিব নোৱাৰিব দ্বিতীয় বিৱাহ!

1 min read

🔴ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীলৈ বিশেষ নিৰ্দেশনা চৰকাৰৰ
🔴এতিয়াৰে পৰা দিছপুৰৰ অনুমতি অবিহনে কৰিব নোৱাৰিব দ্বিতীয় বিৱাহ
🔴ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগৰ অতিৰিক্ত মুখ্য সচিবৰ কঠোৰ নিৰ্দেশনা
🔴নীতি উলংঘা কৰিলে ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা
🔴বিভাগীয় তদন্তৰো সন্মুখীন হ’ব লাগিব এনে চৰকাৰী কৰ্মচাৰীয়ে
🔴প্ৰয়োজনত বাধ্যতামূলক অৱসৰৰ বিধিও হ’ব প্ৰযোজ্য
🔴অতিৰিক্ত মুখ্য সচিব নীৰজ বাৰ্মাই জাৰি কৰিছে এই নিৰ্দেশনা
🔴কোনো কৰ্মচাৰীয়ে পত্নী-স্বামী থকা অৱস্থাত কৰিব নোৱাৰিব দ্বিতীয় বিৱাহ

You May Also Like

More From Author