চাবুৱাত ভয়ংকৰ পথ দুৰ্ঘটনা; দুখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষ

1 min read
🔴
চাবুৱাত ভয়ংকৰ পথ দুৰ্ঘটনা
🔴৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষ
🔴সংঘৰ্ষত ৰে’ললাইনত বাগৰি পৰে দুয়োখন ট্ৰাক
🔴ফলত ডিব্ৰুগড়লৈ অহা সকলো ৰে’ল বন্ধ হৈ পৰিছে
🔴ট্ৰাক দুখন উদ্ধাৰৰ বাবে অভিযানত নামিছে ৰে’ল আৰক্ষীৰ দল
🔴গুৰুতৰভাৱে আহত আশ্ৰফ আলী নামৰ এজন চালক

You May Also Like

More From Author