গোসাঁইগাঁৱত আঠ অবৈধ স্বামীক আটক…

0 min read

গোসাইগাঁৱত আৰক্ষীৰ অভিযানত আঠ অবৈধ স্বামীক আটক। মহকুমাটোৰ বিভিন্ন এলেকাত যোৱানিশা আৰক্ষীয়ে অভিযান চলাই আটক কৰে আঠগৰাকী স্বামীক। ধৃত লোকসকল মহকুমাটোৰৰ গুৱাবাৰীৰ অৰিদুল হক, জমছেৰ আলী, আব্দুল হক, হাউৰীয়াপেট গাঁৱৰ মহৰুদ্দিন শ্বেখ শাহ আলম শ্বেখ, টকেয়ামাৰী গাঁৱৰ আবিদুল ইছলাম, মুছলমানপাৰা গাঁৱৰ মঃ হানিফ আলী, আৰু কুমগুৰি গাঁৱৰ তমছেৰ আলী।

You May Also Like

More From Author