পৱিত্ৰ নৱৰাত্ৰিৰ দ্বিতীয় দিন তথা মা দুৰ্গাৰ দ্বিতীয় ৰূপ ব্ৰহ্মচাৰিণী: আজি জাপ কৰক ব্ৰহ্মচাৰিণী জাপ মন্ত্ৰ

1 min read
  • নৱৰাত্ৰিৰ সময়ত মা দুৰ্গাৰ ৯টা ৰূপক পূজা কৰা হয় ।

  • দ্ৰিক পঞ্চাংগৰ মতে, আজি কৰা হ’ব মা ব্ৰহ্মচাৰিণীৰ পূজা-অৰ্চনা ৷

 

  • পৱিত্ৰ নৱৰাত্ৰিৰ দ্বিতীয় দিন তথা মা দুৰ্গাৰ দ্বিতীয় ৰূপ ব্ৰহ্মচাৰিণী।

 

  • এই পৱিত্ৰ ক্ষণত ভক্তপ্ৰাণ ৰাইজলৈ ভক্তিভৰা শুভেচ্ছা জনাইছোঁ।

নৱৰাত্ৰিৰ বিশেষত্ব: মা দুৰ্গাৰ ন-টি ৰূপ আছে-

শৈলপুত্ৰী

ব্ৰহ্মচাৰিণী

চন্দ্ৰঘন্টা

কুষ্মাণ্ডা

স্কন্দমাতা

কাত্যায়নী

কালৰাত্ৰি

মহাগৌৰী

আৰু সিদ্ধিদাত্ৰী।

নৱৰাত্ৰিৰ প্ৰতিটো নিশাতে এটি এটি ৰূপৰ পূজা অনুষ্ঠিত হয়।

 

 

You May Also Like

More From Author