Month: October 2023

ছাত্ৰৰ গোপন অংগত প্ৰচণ্ড আঘাত কৰিলে শিক্ষকে..

ছাত্ৰৰ গোপন অংগত প্ৰচণ্ড আঘাত কৰিলে শিক্ষকে..

ৰাজ‍্যত পুনৰ সংঘটিত হৈছে শিক্ষকৰ প্ৰহাৰত ছাত্ৰ আহত হোৱাৰ ঘটনা । শৰীৰৰ গোপন অংগত আঘাত কৰাত মৰণ কাতৰ চিঞৰ এগৰাকী কণমানি ছাত্ৰৰ । ৰঙিয়াত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো ।

দেহ ব্যৱসায়ক কেন্দ্ৰ কৰি নগাঁৱৰ মৰিকলং সেউজ নগৰত উত্তেজনা

দেহ ব্যৱসায়ক কেন্দ্ৰ কৰি নগাঁৱৰ মৰিকলং সেউজ নগৰত উত্তেজনা

দেহ ব্যৱসায়ক কেন্দ্ৰ কৰি নগাঁৱৰ মৰিকলং সেউজ নগৰত উত্তেজনা। এগৰাকী মহিলাই ভাড়াঘৰত চলাই আছিল অনৈতিক কাৰ্যকলাপ চলোৱাৰ অভিযোগ। দুই যুৱতীসহ ২ যুৱকক আটক কৰে আৰক্ষীয়ে।

এসাঁজ ভাত খাই হ’ব পাৰে লাখপতি!

এসাঁজ ভাত খাই হ’ব পাৰে লাখপতি!

  ভাত আপুনি সদায় খায়৷ কোনাবা দিনা আমিষ কোনোবা দিনা নিৰামিষ ৷ আপুনি যদি সাত মিনিটৰ ভিতৰত দুই কিলোগ্ৰামতকৈ অধিক ভাত খাব পাৰে তেন্তে আপোনাৰ বাবে এই ভাল খবৰ ।